• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, August 2, 2025
28 °c
Guwahati
26 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৫৯ বছৰীয়া অভিলেখ ভংগ কৰি বিৰল কৃতিত্বৰ অধিকাৰী হ’ল শুভমন গিল

      Nation NE by Nation NE
      July 31, 2025
      in Top News, ক্ৰীড়া
      0 0
      ৫৯ বছৰীয়া অভিলেখ ভংগ কৰি বিৰল কৃতিত্বৰ অধিকাৰী হ’ল শুভমন গিল
      Share on FacebookShare on TwitterWhatsApp

      ইংলেণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে যেতিয়া শুভমন গিলক ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰা হৈছিল, তেতিয়া হয়তো কোনেও আশা কৰা নাছিল যে এই টেষ্ট শৃংখলাত বেটছমেন হিচাপে গিলে কেইবাটাও নতুন অভিলেখ সৃষ্টি কৰিব।

      এই টেষ্ট শৃংখলাত এতিয়ালৈকে গিলে ৭০০ৰো অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে আজিৰ পৰা অ’ভেলত আৰম্ভ হোৱা শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচত নিজৰ ইনিংছৰ প্ৰথমটো ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ ৫৯ বছৰীয়া এটা ডাঙৰ অভিলেখো ভংগ কৰিবলৈ সক্ষম হয়।

      আজিৰ পৰা আৰম্ভ হোৱা পঞ্চমখন টেষ্টত টছত পৰাস্ত হৈ প্ৰথমে বেট ধৰিবলৈ আহে ভাৰতে। ভাৰতীয় দলে ৩৮ ৰান সংগ্ৰহ কৰাৰ সময়তে কে এল ৰাহুলৰ ৰূপত দ্বিতীয়টো উইকেটৰ পতন হয়। ৰাহুলৰ পিছত বেটিং কৰিবলৈ অহা অধিনায়ক গিলে প্ৰথমটো ৰান সংগ্ৰহ কৰাৰ লগে লগে চলিত শৃংখলাটোত তেওঁৰ নামত সংযোজন হয় ৭২৩ ৰান।

      ইয়াৰ লগে লগে তেওঁ SENA দেশত অধিনায়ক হিচাপে এটা শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰত পৰিণত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল গেৰী ছোবাৰ্ছৰ নামত। ছোবাৰ্ছে ১৯৬৬ চনত ইংলেণ্ডৰ ভূমিত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাত অধিনায়ক হিচাপে সৰ্বমুঠ ৭২২ ৰান সংগ্ৰহ কৰিছিল।

      এই অভিলেখৰ উপৰি অ’ভেল টেষ্টত শুভমন গিলে আন এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। গিল এতিয়া ভাৰতৰ হৈ টেষ্ট শৃংখলাত অধিনায়ক হিচাপে সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

      এই ক্ষেত্ৰত গিলে সুনীল গাভাস্কাৰৰ অভিলেখ ভংগ কৰিছে, য’ত গাভাস্কাৰে ১৯৭৮-৭৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অধিনায়ক হিচাপে মুঠ ৭৩২ ৰান সংগ্ৰহ কৰিছিল। এতিয়া এই তালিকাৰ শীৰ্ষত উপনীত হৈছে শুভমন গিল।

      Tags: Gary SobersIndia vs EnglandShubman GillSunil GavaskarTest Match

      Related Posts

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      August 2, 2025
      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      August 1, 2025
      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত
      Top News

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      August 1, 2025
      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
      Top News

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      August 1, 2025
      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা
      Top News

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      August 1, 2025

      শীৰ্ষ সংবাদ

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

      এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist