• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল

Nation NE by Nation NE
August 3, 2025
in Top News, BIG BREAKING, অসম
0 0
শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল
Share on FacebookShare on TwitterWhatsApp

সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ শিৱসাগৰত চলিল নাৰী দেহৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান। শিৱসাগৰৰ লক্ষেশ্বৰ গগৈ পথৰ এটা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাই যৌথভাৱে চলোৱা অভিযানত দেহ ব্যৱসায়ী চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয়।

গণকপট্টীৰ এটা বাসগৃহত দীৰ্ঘদিন ধৰি এটা চক্ৰই দেহ ব্যৱসায় চলাই আহিছিল। জনসাধাৰণৰ অজ্ঞাতে এই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে জনগোষ্ঠীয় সংগঠন দুটাৰ দুজন সদস্যই নিজে গ্ৰাহক হিচাপে উক্ত স্থানত প্ৰৱেশ কৰাৰ পাছতে সমগ্ৰ ঘটনা উন্মোচিত হয়।

গ্ৰাহক হিচাপে যোৱা সদস্য দুজনক দুটা কোঠাত দুজনী যুৱতী যোগান ধৰাত তাৰে এজন সদস্যই কৌশলেৰে বাসগৃহটোৰ পৰা ওলাই আহি সতীৰ্থ সদস্য সকলক খবৰ দিয়ে।

গ্ৰাহকক নাৰী যোগান ধৰা আজিজুল নামৰ এজন দালালক উক্ত স্থানতে সংগঠনটোৰ সদস্য সকলে কৰায়ত্ত কৰে। আজিজুলৰ ভাষ্য অনুসৰি শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা এখন পাৰ্লাৰৰ সৈতে তেঁওৰ যোগাযোগ আছিল আৰু তাৰ পৰাই দেহ ব্যৱসায় চক্ৰটো নিয়ন্ত্ৰিত হৈছিল।

আজিজুল নামৰ দালালটোক কৰায়ত্ত কৰাৰ সময়তে বাসগৃহটোৰ ভিতৰৰ পৰা এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰ লৈ সকলোকে আক্ৰমনৰ চেষ্টা চলায়।

ইফালে দালাল আজিজুলৰ ফোনত বহু যুৱতীৰ আপত্তিজনক ফটো উদ্ধাৰ হৈছে। দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য চলাই অহা আজিজুলক সংগঠন দুটাই আৰক্ষীক চমজাই দিয়ে।

Tags: Sex RacketSivasagarSivasagar Police

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025