• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
25 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল

Nation NE by Nation NE
August 3, 2025
in Top News, BIG BREAKING, অসম
0 0
শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল
Share on FacebookShare on TwitterWhatsApp

সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ শিৱসাগৰত চলিল নাৰী দেহৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান। শিৱসাগৰৰ লক্ষেশ্বৰ গগৈ পথৰ এটা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাই যৌথভাৱে চলোৱা অভিযানত দেহ ব্যৱসায়ী চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয়।

গণকপট্টীৰ এটা বাসগৃহত দীৰ্ঘদিন ধৰি এটা চক্ৰই দেহ ব্যৱসায় চলাই আহিছিল। জনসাধাৰণৰ অজ্ঞাতে এই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে জনগোষ্ঠীয় সংগঠন দুটাৰ দুজন সদস্যই নিজে গ্ৰাহক হিচাপে উক্ত স্থানত প্ৰৱেশ কৰাৰ পাছতে সমগ্ৰ ঘটনা উন্মোচিত হয়।

গ্ৰাহক হিচাপে যোৱা সদস্য দুজনক দুটা কোঠাত দুজনী যুৱতী যোগান ধৰাত তাৰে এজন সদস্যই কৌশলেৰে বাসগৃহটোৰ পৰা ওলাই আহি সতীৰ্থ সদস্য সকলক খবৰ দিয়ে।

গ্ৰাহকক নাৰী যোগান ধৰা আজিজুল নামৰ এজন দালালক উক্ত স্থানতে সংগঠনটোৰ সদস্য সকলে কৰায়ত্ত কৰে। আজিজুলৰ ভাষ্য অনুসৰি শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা এখন পাৰ্লাৰৰ সৈতে তেঁওৰ যোগাযোগ আছিল আৰু তাৰ পৰাই দেহ ব্যৱসায় চক্ৰটো নিয়ন্ত্ৰিত হৈছিল।

আজিজুল নামৰ দালালটোক কৰায়ত্ত কৰাৰ সময়তে বাসগৃহটোৰ ভিতৰৰ পৰা এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰ লৈ সকলোকে আক্ৰমনৰ চেষ্টা চলায়।

ইফালে দালাল আজিজুলৰ ফোনত বহু যুৱতীৰ আপত্তিজনক ফটো উদ্ধাৰ হৈছে। দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য চলাই অহা আজিজুলক সংগঠন দুটাই আৰক্ষীক চমজাই দিয়ে।

Tags: Sex RacketSivasagarSivasagar Police

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025