• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ৪ জনৰ মৃত্যু, প্ৰায় শতাধিক লোক নিৰুদ্দেশ

Nation NE by Nation NE
August 5, 2025
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ৪ জনৰ মৃত্যু, প্ৰায় শতাধিক লোক নিৰুদ্দেশ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হয়। এই ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক নিৰুদ্দেশ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

ডাৱৰ বিস্ফোৰণৰ পিছতেই খীৰ গংগা নদীৰ জলপৃষ্ঠ হঠাত বৃদ্ধি পোৱাৰ ফলত হোৱা ভয়ংকৰ বানত বহু বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল-ৰেষ্টুৰেণ্ট আদি একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈ পৰে।

সম্প্ৰতি ভাইৰেল হৈ থকা এটা ৩৪ ছেকেণ্ডৰ ভিডিঅ’ত দেখা গৈছে যে ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা ভূমিস্খলনৰ পৰা হাত সাৰিবলৈ অঞ্চলটোৰ লোকসকলে নিৰাপদ স্থানলৈ ঢাপলি মেলাৰ চেষ্টা চলায়। কিন্তু প্ৰকৃতিয়ে ধাৰণ কৰা কাল ৰূপত সাৰি নগ’ল সাধাৰণ লোক।

ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা ভয়ংকৰ বানে নিমিষতে খহাই লৈ যায় কেইবাটাও সু-উচ্চ অট্টালিকা। দৃশ্য ইমানেই ভয়ংকৰ যে পাহাৰৰ ওপৰৰ পৰা নামি অহা বোকা-শিল-পানীৰ ঢলৰ মাজত পোত যায় শ-শ বাসগৃহ।

উত্তৰকাশী জিলাৰ শীৰ্ষ বিষয়া প্ৰশান্ত আৰ্যই এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে। তেওঁ লগতে এই ঘটনাত কিমান ক্ষয়-ক্ষতি হৈছে তাৰ তথ্য কিছু সময়ৰ পিছতেই ৰাজহুৱা কৰিব বুলিও কয়।

উল্লেখ্য যে, বিগত কিছু দিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে জিলাখনত। ইয়াৰ মাজতে মঙলবাৰে জিলাখনৰ ধৰালীত অতিবৃষ্টি বা ডাৱৰ বিস্ফোৰণৰ খবৰ পোহৰলৈ আহে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে এছডিআৰএফ আৰক্ষী তথা প্ৰশাসনৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়।

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ধৰালীত হোৱা বৃহৎ ক্ষতিৰ বাবে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ লগতে উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা বুলিও জানিব দিয়ে।

Tags: #LandslideCloudburstUttarakhandUttarkashi

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025