• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, August 11, 2025
29 °c
Guwahati
27 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    বিটিআৰত বিজেপিৰ ছুনামি আহিছে : মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰচাৰ অব্যাহত

    উজনিৰ পৰা মিঞা খেদা আন্দোলনৰ গুৰি ধৰোতা শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক বিৰতি

    বৃদ্ধি নহয় চিলিণ্ডাৰৰ মূল্য, উত্তৰ-পূবৰ বাবে বিশেষ পেকেজ… মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

      Nation NE by Nation NE
      August 7, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
      0 0
      কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতৰ মনোৰঞ্জন জগতৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত কেফেত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তই গুলীচালনা কৰাৰ খবৰ লাভ কৰা গৈছে। এই গুলীচালনাৰ দায়িত্ব লৈছে গোল্ডি ধিলন নামৰ এজন গেংষ্টাৰে।

      সম্প্ৰতি নিৰাপত্তা সংস্থা আৰু মুম্বাই আৰক্ষীয়ে এই খবৰৰ সত্যাসত্য নিৰূপণ কৰি আছে। এতিয়ালৈকে গুলীচালনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই।

      এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত গাড়ীত বহি থকা একাংশ লোকে কেফেখনৰ ফালে গুলীচালনা কৰা দেখা গৈছে। এই ভিডিঅ’টো ৯ ছেকেণ্ডৰ, য’ত ১২টাতকৈ অধিক গুলী চলোৱা হৈছিল।

      স্থানীয় আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। গোল্ডি ধিলনে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি কয়।

      ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি এই গেংটোৱে কয় যে যদিহে কমেডিয়ান কপিল শৰ্মাই আমাৰ দাবী মানি নলয় তেন্তে তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী পৰ্যায়ত মুম্বাইত ব্যৱস্থা গ্ৰহণ কৰিম।

      উল্লেখ্য যে, কানাডাস্থিত কপিল শৰ্মাৰ এই কেফেখনত এইটোৱে প্ৰথম আক্ৰমণ নহয়। ইয়াৰ পূৰ্বেও অৰ্থাত বিগত মাহৰ ১০ জুলাইত শৰ্মা মালিকানাধীন কেফেখনত অস্ত্ৰধাৰী দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছিল।

      Tags: CanadaFiringGangstarKapil SharmaKhalistan

      Related Posts

      ভাৰতৰ বাবে বন্ধ কৰিছিল আকাশমাৰ্গ, ২ মাহতে পাকিস্তানে হেৰুৱালে ১২৪০ কোটি টকা…
      Top News

      August 11, 2025
      অপাৰেচন সেন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ নৌসেনাৰ মুখামুখি, সমগ্ৰ বিশ্বই চকু ৰাখিব এই ড্ৰিলৰ ওপৰত

      কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, ২ ঘণ্টা ধৰি উৰি থাকে বতাহত
      Top News

      কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, ২ ঘণ্টা ধৰি উৰি থাকে বতাহত

      August 11, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      August 11, 2025
      বিহাৰৰ কাটিহাৰত ধৰ্মান্তৰকৰণৰ খেল! বজৰংগ দলে কৰিলে তথ্য প্ৰকাশ
      Top News

      বিহাৰৰ কাটিহাৰত ধৰ্মান্তৰকৰণৰ খেল! বজৰংগ দলে কৰিলে তথ্য প্ৰকাশ

      August 10, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      ৫০ বছৰ বয়সতো যদি ছালখন সতেজ কৰি ৰাখিব বিচাৰে, তেন্তে খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য

      August 10, 2025

      শীৰ্ষ সংবাদ

      ভাৰতৰ বাবে বন্ধ কৰিছিল আকাশমাৰ্গ, ২ মাহতে পাকিস্তানে হেৰুৱালে ১২৪০ কোটি টকা…

      অপাৰেচন সেন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ নৌসেনাৰ মুখামুখি, সমগ্ৰ বিশ্বই চকু ৰাখিব এই ড্ৰিলৰ ওপৰত

      কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, ২ ঘণ্টা ধৰি উৰি থাকে বতাহত

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      বিহাৰৰ কাটিহাৰত ধৰ্মান্তৰকৰণৰ খেল! বজৰংগ দলে কৰিলে তথ্য প্ৰকাশ

      ৫০ বছৰ বয়সতো যদি ছালখন সতেজ কৰি ৰাখিব বিচাৰে, তেন্তে খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist