• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

Nation NE by Nation NE
August 10, 2025
in Top News, বিনোদন
0 0
‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…
Share on FacebookShare on TwitterWhatsApp

ছলমান খানৰ শ্ব’ বিগ বছৰ নতুন ছিজন আৰম্ভ হ’বলৈ ওলাইছে। এইবাৰ শ্ব’টো সময় আগতেই অৰ্থাৎ ২০২৫ চনৰ ২৪ আগষ্টৰ পৰা সম্প্ৰচাৰিত হ’ব জানিব পৰা গৈছে।

এইবাৰো টিভি, বলীউডৰ তাৰকা, ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ প্ৰৱেশৰ বিষয়ে আলোচনা হৈছে। একে সময়তে এক প্ৰতিবেদন অনুসৰি, এলভিছ যাদৱৰ কলেজীয়া সতীৰ্থ তথা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা নৌসেনাৰ বিষয়াৰ পত্নী হিমাংশী নৰৱালৰ সৈতে এই অনুষ্ঠানৰ বাবে যোগাযোগ কৰা হৈছে।

এক প্ৰতিবেদন অনুসৰি, শ্ব’ মেকাৰসকলে হিমাংশীক এই শ্ব’টো আগবঢ়াইছে। সূত্ৰটোৰ মতে, নিৰ্মাতাসকলে এইবাৰ এনে কিছুমান মুখ বিচাৰে, যিবোৰে তৎক্ষণাত দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰে। এই কাৰণতে হিমাংশী নাৰৱালক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত তীব্ৰ খবৰ আহিছে। অৱশ্যে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, ২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা হিমাংশীৰ স্বামী বিনয় নৰৱাল নৌসেনাৰ বিষয়া আছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল হিমাংশীৰ ছবি য’ত স্বামীৰ মৃতদেহৰ ওচৰত বহি কান্দি আছিল। এতিয়া বিগ বছৰ নতুন ছিজনত হিমাংশী উপস্থিত হ’ব নে নাই চাবলৈ অপেক্ষা কৰা হৈছে।

এইবাৰ ৰাজনৈতিক টুইষ্ট লৈ আহিব ‘বিগ বছ’ৰ নতুন ছিজন। খোদ ট্ৰেইলাৰত ছলমান খানে ইংগিত দিছে যে, এইবাৰ প্ৰতিযোগীসকলে ঘৰতে সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰিব। আমোদজনক কথাটো হ’ল ঘৰটোত মাত্ৰ ১৫খন বিচনা থাকিব আৰু সকলোবোৰ চিংগল হ’ব, অৰ্থাৎ ডাবল বেডৰ বিকল্প নাইকিয়া কৰা হৈছে। প্ৰতিযোগীৰ সংখ্যা বেছি আৰু বিচনা কম হোৱাৰ লগে লগে আৰম্ভণিৰে পৰাই সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত। ইয়াৰ উপৰিও মেকাৰসকলে এলভিছ যাদৱ আৰু হিনা খানৰ দৰে কিছুমান পুৰণি মুখ ঘূৰাই আনি শ্ব’টোত মছলা যোগ কৰিব পাৰে বুলিও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

Tags: BIGG BOSSentertainmentSalman Khan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025