• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সমগ্ৰ বিশ্বৰ বিৰোধিতা স্বত্তেও গাজা সম্পূৰ্ণৰূপে দখলৰ প্ৰস্তুতি ইজৰাইলৰ!

Nation NE by Nation NE
August 11, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
Share on FacebookShare on TwitterWhatsApp

গাজাৰ পৰিস্থিতি দিনক দিনে অচল হৈ গৈ আছে। ইতিমধ্যে ধ্বংসপ্ৰাপ্ত এই অঞ্চলটো সম্পূৰ্ণৰূপে দখল কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ইজৰাইলে।

ইজৰাইলৰ নিৰাপত্তা মন্ত্ৰীসভাই এই পৰিকল্পনাত অনুমোদন জনাইছে যদিও এই সিদ্ধান্তই সমগ্ৰ বিশ্বতে প্ৰতিবাদৰ ঢৌৰ সৃষ্টি কৰিছে। ইউৰোপীয় দেশ, আৰব বিশ্ব আৰু ৰাষ্ট্ৰসংঘই এই পদক্ষেপক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে ইজৰাইলৰ বিত্তমন্ত্ৰীয়ে এই পদক্ষেপ বাতিল কৰাৰ দাবী জনাইছে।

১০ আগষ্টত দক্ষিণ ইজৰাইলৰ গাজা সীমান্তৰ পৰা লোৱা ছবিসমূহত টেংক, সশস্ত্ৰ বাহন আৰু বৃহৎ সংখ্যক সৈনিক নিয়োগ কৰাটো স্পষ্টকৈ দেখা গৈছে। নিৰাপত্তা মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ পিছত ইজৰাইলৰ সেনাই আৰু আক্ৰমণত সীমাবদ্ধ নাথাকিব, বৰঞ্চ গাজা চহৰৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণ স্থাপনৰ দিশত আগবাঢ়িছে বুলি ইংগিত পোৱা গৈছে।

তথ্য অনুসৰি, বৰ্তমানলৈকে ৬০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, লাখ লাখ লোক আহত হৈছে। এক বৃহৎ জনসংখ্যাই অনাহাৰৰ সীমাত উপনীত হৈছে। ইজৰাইলৰ এই পদক্ষেপৰ বিৰুদ্ধে আৰব দেশৰ লগতে ইউৰোপ, আফ্ৰিকা আৰু লেটিন আমেৰিকাতো প্ৰতিবাদ চলি আছে। তুৰস্কৰ ইস্তানবুলত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক।

Tags: GAZAIsraelWar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025