• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, August 15, 2025
29 °c
Guwahati
29 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

    জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

      Nation NE by Nation NE
      August 15, 2025
      in Top News, অসম
      0 0
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি। আচৰিত নহ’ব, আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব। আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব। শিল্প-সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ ৷

      বৃষ ৰাশি : আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। ৰোগ-পীড়া হ’ব পাৰে। আপুনি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। প্ৰেমত কিছু বাধা।

      মিথুন ৰাশি : আপোনাৰ দিন প্ৰায় ভাল সফল হʼব। লক্ষ্যত সফল হʼব। আজি আপোনাৰ কর্ম, ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব।

      কৰ্কট ৰাশি : আজি আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব। বিয়া আৰু সংযোগত সফলতা লাভ হʼব। বিবাহিত জীৱন আনন্দৰ হʼব। ভাগ্য ভাল হʼব। প্রিয় দিন হʼব। পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব। তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷

      সিংহ ৰাশি : বিপদাশঙ্কা কৰ্মক সহজে সম্পন্ন কৰিব। নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক, নিশ্চয়তা লক্ষ্য সফল হ’ব। আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব।

      কন্যা ৰাশি : দিন বিপদাশঙ্কা নহয়, স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব। নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব। আপুনি এলেহুৱা হৈ পৰিব পাৰে।

      তুলা ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব। বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ।

      বৃশ্চিক ৰাশি : আজি আপোনাৰ ব্যৱসায় কর্মত বিধিত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। বন্ধুবৰ্গৰ লগত আনন্দময় হʼব।

      ধনু ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। শান্ত হৈ থাকি কর্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

      মকৰ ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব। নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব। আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব।

      কুম্ভ ৰাশি : আজি শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। বিয়লি আপুনি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ বাবে সহায় হʼব।

      মীন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব। কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব। আপোনাৰ নিজৰ কর্ম প্ৰশংসা হʼব। আপোনাৰ প্ৰায় ভাল হʼব।

      Related Posts

      লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
      Top News

      লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

      August 15, 2025
      শ্বাহৰুখ খানৰ নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ দায়িত্বত নিকোলাছ পুৰান
      Top News

      শ্বাহৰুখ খানৰ নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ দায়িত্বত নিকোলাছ পুৰান

      August 14, 2025
      অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ
      Top News

      অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

      August 14, 2025
      জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা
      Top News

      জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

      August 14, 2025
      FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন
      Top News

      ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

      August 14, 2025
      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা
      Top News

      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা

      August 14, 2025

      শীৰ্ষ সংবাদ

      লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

      কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

      শ্বাহৰুখ খানৰ নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ দায়িত্বত নিকোলাছ পুৰান

      অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

      জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

      ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP