• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, August 15, 2025
29 °c
Guwahati
30 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

    স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ থিতাতে মৃত্যু

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু

      Nation NE by Nation NE
      August 15, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      স্বাধীনতা দিৱসৰ দিনটোতেই ছত্তীশগড়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য।

      আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি ৰাজনান্দগাঁও জিলাৰ বাগনদী থানাৰ অন্তৰ্গত চিৰচাৰী গাঁৱৰ সমীপত এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা প্ৰচণ্ড খুন্দাত এই কৰুণ ঘটনাটো সংঘটিত হয়।

      দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চাৰিচকীয়া বাহনখনত থকা ৬ গৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

      আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, মধ্য প্ৰদেশৰ ইন্দোৰ নিবাসী সাতগৰাকী লোকে এখন চাৰিচকীয়া বাহনেৰে উজ্জয়িনস্থিত মহাকাল মন্দিৰ দৰ্শন কৰি ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰ দৰ্শন কৰিব গৈ থকা সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

      আজি পুৱা প্ৰায় ৫ বজাত ৰাজনান্দগাঁৱৰ চিৰচাৰী গাঁৱৰ সমীপতে চালকজনৰ টোপনি অহাত গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পথৰ সিপাৰে থকা এখন ট্ৰাকৰ লগত খুন্দা মাৰে।

      এই ঘটনাৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

      Tags: ChhattisgarhRoad Accident

      Related Posts

      নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ
      Top News

      নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

      August 15, 2025
      পাকিস্তানত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ৫ জনৰ মৃত্যু
      Top News

      পাকিস্তানত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ৫ জনৰ মৃত্যু

      August 15, 2025
      স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ থিতাতে মৃত্যু
      Top News

      স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ থিতাতে মৃত্যু

      August 15, 2025
      ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ
      BIG BREAKING

      ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ

      August 15, 2025
      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা
      Top News

      জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী মোদীৰ, ৫২জনৰ প্ৰাণহানি

      August 15, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ
      Top News

      ভাৰতৰ সৈতে কাম কৰিবলৈ সাজু আমেৰিকা, চিন্তাত ৰঙা চীন

      August 15, 2025

      শীৰ্ষ সংবাদ

      নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

      পাকিস্তানত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ৫ জনৰ মৃত্যু

      স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ থিতাতে মৃত্যু

      স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু

      ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ

      জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী মোদীৰ, ৫২জনৰ প্ৰাণহানি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist