• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

Nation NE by Nation NE
August 15, 2025
in Top News, উত্তৰ পূৱ, নাগালেণ্ড, ৰাষ্ট্ৰীয়
0 0
নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান; প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন। (ফাইল ফটো)

Share on FacebookShare on TwitterWhatsApp

নাগালেণ্ডৰ ৰাজ্যপাল লা গনেশনৰ দেহাৱসান। বিগত কিছুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লা গণেশন। শুকুৰবাৰে ৰাজভৱনৰ তৰফৰ পৰা তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

ৰাজভৱনৰ এগৰাকী বিষয়াই জনোৱা মতে, চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাৰ সময়তে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যু হয়। আজি ৮০ বছৰ বয়সত মৃত্যু হয় লা গণেশনৰ।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ৮ আগষ্টত চেন্নাইস্থিত নিজৰ বাসগৃহত পৰি যোৱাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছৰ পৰাই তেওঁ চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সযোগে লিখিছে, ‘নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুত দু:খিত। সেৱা আৰু জাতি নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এজন নিষ্ঠাবান জাতীয়তাবাদী হিচাপে তেওঁক স্মৰণ কৰা হ’ব। তেখেতৰ পৰিয়াল আৰু অনুৰাগী সকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।’

লা গণেশনৰ সম্পূৰ্ণ নাম লা গণেশন আয়াৰ। ১৯৪৫ চনৰ ১৬ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গণেশনে ২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ১৯ সংখ্যক ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰে।

নাগালেণ্ডৰ পূৰ্বে ২০২১ চনৰ ২৭ আগষ্টৰ পৰা ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীলৈকে মণিপুৰৰ আৰু ২০২২ চনৰ ২৮ জুলাইৰ পৰা ২০২২ চনৰ পৰা ১৭ নৱেম্বৰলৈকে পশ্চিম বংগৰ ৰাজ্যপাল (অতিৰিক্ত দায়িত্ব) হিচাপে সেৱা আগবঢ়াইছিল।

Tags: GovernorL GanesanNagalandNarendra Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025