• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
29 °c
Guwahati
25 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বোৰ্খা পিন্ধি হাণ্ডী ভঙা প্ৰতিযোগিতা চাবলৈ আছিল প্ৰমোদে; সত্য প্ৰকাশ পোৱাত লাগিল হৈ-চৈ…

Nation NE by Nation NE
August 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বোৰ্খা পিন্ধি হাণ্ডী ভঙা প্ৰতিযোগিতা চাবলৈ আছিল প্ৰমোদে; সত্য প্ৰকাশ পোৱাত লাগিল হৈ-চৈ…
Share on FacebookShare on TwitterWhatsApp

কৃষ্ণ জন্মাষ্টমী উপলক্ষে ঝাৰখণ্ডৰ ৰাঞ্চিৰ এলবাৰ্ট এক্কা চ’কৰ সমীপত দহী হাণ্ডী ভংগ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতা চাবলৈ হাজাৰ হাজাৰ লোক সমবেত হৈছিল।

এই সময়ত দহী হাণ্ডী ফটো প্ৰতিযোগিতাৰ সমান্তৰালকৈ সাংস্কৃতিক নৃত্য আৰু সংগীতৰ এক অনুষ্ঠানো চলি আছিল। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰ, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ, ৰাঞ্চিৰ বিধায়ক চি পি সিংকে ধৰি বহু লোকে মঞ্চত উপস্থিত থাকে। ইফালে অনুষ্ঠানত বোৰ্খা পৰিধান কৰা এজন লোকক দেখা যায়। এনে পৰিস্থিতিত সন্দেহত তেওঁৰ বোৰ্খা আঁতৰাই দিয়া হয় আৰু বোৰ্খাৰ ভিতৰত যে পুৰুষ আছে, সেয়া ওলাই পৰে।

বোৰ্খা পিন্ধা মানুহজনক দেখি সকলোৱে আচৰিত হৈ পৰে। ৰাঁচীৰ সুখদেৱ নগৰ থানা এলেকাৰ অন্তৰ্গত কিশোৰগঞ্জৰ বাসিন্দা প্ৰমোদ ছোনী বুলি জানিব পৰা গৈছে। কৃষ্ণ জন্মাষ্টমী উৎসৱত উপস্থিত হোৱা লোকসকলে তেওঁক ধৰি কোটৱালি থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰি প্ৰমোদক আৰক্ষীৰ হাতত গতাই দিয়ে। কৃষ্ণ জন্মাষ্টমী উৎসৱত মহিলাৰ দৰে বোৰ্খা পিন্ধি ঘূৰি ফুৰা প্ৰমোদ ছোনীক জিম্মাত লৈ সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে কোতৱালি আৰক্ষী থানাই।

অৱশ্যে বৰ্খা পিন্ধি প্ৰমোদ ছোনীয়ে অনুষ্ঠানটোত কি কৰিবলৈ আহিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। প্ৰমোদ ছোনী মূলতঃ গুমলা জিলাৰ পালকোট থানা এলেকাৰ বাসিন্দা। অৱশ্যে বৰ্তমান তেওঁ ৰাঁচীৰ সুখদেৱ নগৰ থানা এলেকাৰ অন্তৰ্গত কিশোৰগঞ্জ অঞ্চলত বাস কৰিছিল।

আৰক্ষীয়ে অভিযুক্ত প্ৰমোদক জিম্মাত লৈ কিয় বোৰ্খা পিন্ধি অনুষ্ঠানত ঘূৰি ফুৰিছিল সেই সন্দৰ্ভত জেৰা কৰি আছে। একে সময়তে মুছলমান সমাজৰ সৈতে জড়িত লোকসকলে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, এয়া ৰাঁচীৰ পাৰস্পৰিক সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰয়াস। বোৰ্খাত লুকাই থকা ব্যক্তিজনে যদি কোনো ভুল কাম কৰিলেহেঁতেন তেন্তে ই মুছলমান সম্প্ৰদায়ৰ মানুহক বদনাম কৰিলেহেঁতেন। এতিয়া ৰাইজে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Tags: #JharkhandBURQARanchi

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025