• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 19, 2026
27 °c
Guwahati
27 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

Nation NE by Nation NE
April 18, 2026
in Top News, অসম
0 0
বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?
Share on FacebookShare on TwitterWhatsApp

মঙলদৈ পিপৰাদোকানত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। হঠাৎ প্ৰায় সকলোৱে অচেতন হৈ পৰে এটি বিহুদলৰ সকলো সদস্য।

মঙলদৈৰ দিঘিৰপাৰত বিহু পৰিবেশন কৰি উভতাৰ পথত পিপৰাদোকানত পুৱতি নিশা সংঘটিত হয় এই ঘটনা। পাঠশালাৰ পৰি হৰেশ্বৰ নামৰ বিহু দলটিৰ প্ৰায় সকলো সদস্য হঠাৎ অচেতন হৈ পৰে। পুৱা অচেতন অৱস্থাত থকা বিহু দলটিৰ ঢুলীয়া, নাচনী সকলোকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছতে ততালিকে চিকিৎসা আৰম্ভ কৰে চিকিৎসকে।

মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বিহু দলটিৰ সদস্যসকল হৈছে- সুচিত্ৰা দাস,পাপৰি দাস, হেমন্ত শৰ্মা, ৰাহুল ৰয়, নয়নজ্যোতি দাস, চিমা বড়ো, ৰঞ্জিত হালৈ, সঞ্জয় মেধী, ইছা গোস্বামী, ভাৰ্গৱ ডেকা আৰু দ্বীপজোতি ৰয়। লগতে তেওঁলোকৰ বাহনখনো হঠাৎ অচল হৈ পৰে।

উল্লেখ্য যে, ৬ নম্বৰখন বিহু পৰিবেশন কৰি উভতাৰ পথত দলটিৰ সৈতে এই ঘটনা সংঘটিত হয়। অৱশ্যে কি কাৰণত এনে ঘটনা সংঘটিত হ’ল সেইয়া বৰ্তমানেও জানিব পৰা নাই। তাৎপৰ্যপূৰ্ণভাবে বিহু দলটিৰ কোনো এজন সদস্যইও এই ক্ষেত্ৰত কোনো তথ্য প্ৰকাশ কৰিব বিচৰা নাই।যাৰবাবে এই বিষয়টো অধিক জটিল হৈ পৰিছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মঙলদৈ আৰক্ষী। চিকিৎসাৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

Tags: #AssamBihuunconscious

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 19, 2026
ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভ, হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোকৰ
Top News

ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভ, হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোকৰ

April 18, 2026
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?
Top News

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব ভাৰতে, হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত

April 18, 2026
মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ ক্ষোভ, বিৰোধীৰ বিৰুদ্ধে দেশজুৰি বিজেপিৰ প্ৰতিবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভ, হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোকৰ

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব ভাৰতে, হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত

বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ ক্ষোভ, বিৰোধীৰ বিৰুদ্ধে দেশজুৰি বিজেপিৰ প্ৰতিবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025