• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 24, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

আজি দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা কৰা হ’ব। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব অপৰাধীৰ শাস্তি। সুদীৰ্ঘ ৮ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। ৪৫ অভিযুক্তৰ ২০ গৰাকীক দোষী সাব্যস্ত কৰিছিল আদালতে। আন ২৫ জনক দোষমুক্ত ঘোষণা কৰে আদালতে। এই ভয়ংকৰ হত্যাত নাম সাঙুৰ খাইছিল ৪৮ গৰাকীকৈ লোকৰ। ইয়াৰে তিনিগৰাকী আছিল নাবালক। ২০ এপ্ৰিলত এই গোচৰটোৰ ৰায়দান কৰিছিল আদালতে। অপৰাধীৰ শাস্তি ঘোষণাক লৈ উৎকণ্ঠাৰ সৃষ্টি সৰ্বত্ৰে।

নগাঁৱৰ মৰিকলঙত ভয়ংকৰ ঘটনা। চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা ডকাইতিৰ ঘটনা সংঘটিত হয়। ডকাইতে লুটপাত চলোৱাৰ লগতে চিকিৎসক দম্পতীক আক্ৰমণ ডকাইতৰ দলৰ। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুয়োকে GMCH-লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে নগাঁও আৰক্ষী। নিৰ্বাচনৰ সময়তো চিকিৎসকগৰাকীৰ ঘৰৰ পৰা চুৰি হৈছিল প্ৰায় ২৮লাখ টকা। দুই নাবালকে চুৰি কৰিছিল এই বৃহৎ পৰিমাণৰ ধন।পৰৱৰ্তী সময়ত চামগুৰি শালনাত আৰক্ষীয়ে এখন স্কুটীৰ পৰা উদ্ধাৰ কৰিছিল চুৰি হোৱা ধনখিনি।

দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। আৰক্ষীৰ বেশত অস্ত্ৰধাৰী দুৰ্বৃত্তই এজন যুৱকক মাৰপিট কৰাৰ অভিযোগ। দেৰগাঁৱৰ ধেমাজি কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ পৰিচয় দি এজন লোকক তালিবানী শাস্তি দিয়া হয়। তামোল চুৰিৰ অভিযোগত যুৱকজনক প্ৰহাৰ দলটোৰ।

মধ্যপ্ৰদেশৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী মোহন যাদৱৰ অনুৰোধত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত ঘেঁহু ক্ৰয়ৰ সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। ৰাজ্যত সমৰ্থন মূল্যত ঘেঁহু ক্ৰয়ৰ লক্ষ্য এতিয়া ৭৮ লাখ মেট্ৰিক টনৰ পৰা ১ কোটি মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী মোহন যাদৱে কেন্দ্ৰীয় চৰকাৰক এইবাৰ ঘেঁহুৰ উৎপাদন উন্নত হোৱাৰ বাবে ক্ৰয়ৰ সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল, যাতে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। কেন্দ্ৰীয় চৰকাৰে মুখ্যমন্ত্ৰীৰ অনুৰোধত সন্মতি দি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছে।

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ভাৰত আৰু ৰাছিয়াৰ মাজত হোৱা উল্লেখযোগ্য সামৰিক চুক্তি RELOS সম্পৰ্কে নতুন তথ্য ওলাইছে, যিটো মস্কোৱে ৰাজহুৱা কৰিছে। এই চুক্তিখন যোৱা বছৰ স্বাক্ষৰিত হৈছিল যদিও এতিয়া ইয়াৰ সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিছে। এই চুক্তিৰ অধীনত ভাৰত আৰু ৰাছিয়াই ইজনে সিজনৰ ভূখণ্ডত নিজৰ সৈন্য, যুদ্ধ জাহাজ, সামৰিক বিমান নিয়োগ কৰিব পাৰে। ইয়াক দুয়োখন দেশৰ প্ৰতিৰক্ষা সম্পৰ্কত এক বৃহৎ পদক্ষেপ বুলি বিবেচিত হৈছে। এই চুক্তিয়ে পাকিস্তানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি অহা পাকিস্তানক উত্তেজনা ল’বলৈ বাধ্য কৰিব।

Tags: Latest newsmorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026
মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…
Top News

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

April 23, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026
ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা
Top News

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

April 23, 2026
বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%
Top News

বিধানসভা নিৰ্বাচন ২০২৬ঃ পশ্চিমবংগ-তামিলনাডুত ভোটদানৰ হাৰ ১৮%

April 23, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

ভোটদানৰ সময়ত হুমায়ুন কবীৰ আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ, নিৰ্বাচনী হিংসাত নিক্ষেপ খাৰুৱা বোমা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025