• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

Nation NE by Nation NE
August 22, 2025
in Top News, অসম
0 0
কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি। আচৰিত নহ’ব, আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব। আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব। শিল্প-সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ ৷

বৃষ ৰাশি : আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। ৰোগ-পীড়া হ’ব পাৰে। আপুনি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। প্ৰেমত কিছু বাধা।

মিথুন ৰাশি : আপোনাৰ দিন প্ৰায় ভাল সফল হʼব। লক্ষ্যত সফল হʼব। আজি আপোনাৰ কর্ম, ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব।

কৰ্কট ৰাশি : আজি আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব। বিয়া আৰু সংযোগত সফলতা লাভ হʼব। বিবাহিত জীৱন আনন্দৰ হʼব। ভাগ্য ভাল হʼব। প্রিয় দিন হʼব। পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব। তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷

সিংহ ৰাশি : বিপদাশঙ্কা কৰ্মক সহজে সম্পন্ন কৰিব। নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক, নিশ্চয়তা লক্ষ্য সফল হ’ব। আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব।

কন্যা ৰাশি : দিন বিপদাশঙ্কা নহয়, স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব। নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব। আপুনি এলেহুৱা হৈ পৰিব পাৰে।

তুলা ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব। বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ।

বৃশ্চিক ৰাশি : আজি আপোনাৰ ব্যৱসায় কর্মত বিধিত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। বন্ধুবৰ্গৰ লগত আনন্দময় হʼব।

ধনু ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। শান্ত হৈ থাকি কর্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

মকৰ ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব। নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব। আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব।

কুম্ভ ৰাশি : আজি শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। বিয়লি আপুনি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ বাবে সহায় হʼব।

মীন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব। কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব। আপোনাৰ নিজৰ কর্ম প্ৰশংসা হʼব। আপোনাৰ প্ৰায় ভাল হʼব।

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025