• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুলীপ ট্ৰফীৰ পূৰ্বে অসুস্থ হৈ পৰিল শুভমন গিল; খেলিব পাৰিবনে এছিয়া কাপ?

Nation NE by Nation NE
August 23, 2025
in Top News, ক্ৰীড়া
0 0
দুলীপ ট্ৰফীৰ পূৰ্বে অসুস্থ হৈ পৰিল শুভমন গিল; খেলিব পাৰিবনে এছিয়া কাপ?
Share on FacebookShare on TwitterWhatsApp

এছিয়া কাপৰ বাবে মাজত মাত্ৰ আৰু কিছু দিন। এই টুৰ্ণামেণ্টখনৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল। বহু প্ৰতীক্ষিত এই টুৰ্মামেণ্টখন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, এছিয়া কাপৰ বাবে উপ-অধিনায়কৰ দায়িত্ব লাভ কৰা শুভমন গিল অসুস্থ হৈ পৰিছে। মেডিকেল দলে এই কথা নিশ্চিত কৰে। এই অসুস্থতাৰ বাবেই তেওঁ দুলীপ ট্ৰফীৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে।

২৮ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া দুলীপ ট্ৰফীত শুভমন গিলক উত্তৰ মণ্ডল দলৰ নেতৃত্বৰ দায়িত্ব প্ৰদান কৰা হৈছিল।

অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া প্ৰতিগৰাকী অনুৰাগীৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে আগন্তুক এছিয়া কাপত তেওঁ খেলিব নে নাই? অৱশ্যে এই সন্দৰ্ভত প্ৰশ্নচিহ্নৰ কোনো অৱতাৰণা নাই বুলিও এক সূত্ৰই জানিব দিয়ে।

অৱশ্যে শুভমনৰ আঘাত সন্দৰ্ভত এইপৰ্যন্ত বিচিচিআইৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব সূৰ্যকুমাৰ যাদৱে। আনহাতে এবছৰৰ মূৰত টি-২০ দললৈ ঘূৰি অহা শুভমন গিলক প্ৰদান কৰা হৈছে উপ-অধিনায়কৰ দায়িত্ব।

Tags: asia cupDuleep TrophyShubman Gill

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025