• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিলাসী ফৰ্চুনাৰ বাহন আৰু টেম্পোৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ৫ জন লোকৰ কৰুণ মৃত্যু

Nation NE by Nation NE
August 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শিক্ষাৰ্থীৰে ভৰা বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; চালকসহ ৩জন ছাত্ৰৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ পিলিভিত জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। শনিবাৰে এখন তীব্ৰবেগী ফৰ্চুনাৰ বাহন আৰু যাত্ৰীবাহী টেম্পোৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

সম্প্ৰতি আহতসকলৰ চিকিৎসা চলি আছে, আনহাতে মৃত লোকসকলক মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

দৰাচলতে শনিবাৰে পিলিভিতৰ ঘাইপথত এখন তীব্ৰবেগী ‘ফৰ্চুনাৰ’ গাড়ী আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত এটি শিশুসহ পাঁচজন লোকৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে এজন আৰক্ষী বিষয়াই।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ পিছত টেম্পোখন খাৱৈত বাগৰি পৰে আৰু আন ৫জন লোক গুৰুতৰভাৱে আহত হয়।

জেহানাবাদ আৰক্ষী থানাৰ তথ্য অনুসৰি, জেহানাবাদৰ পৰা যাত্ৰীৰে ভৰা এখন টেম্পো অমৰীয়া অভিমুখে গৈ থকা অৱস্থাত সন্মুখৰ পৰা অহা এখন তীব্ৰবেগী ‘ফৰ্চুনাৰ’ গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

আৰক্ষীৰ তথ্য অনুসৰি এগৰাকী মহিলা আৰু দুটা শিশুসহ চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ সময়ত এজন লোকৰ মৃত্যু হয়।

ইফালে টেম্পোখনত থকা ডেৰ ডজন যাত্ৰীক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকৰ অৱস্থা সংকটজনক বুলি ঘোষণা কৰিছে।

Tags: PilibhitRoad AccidentUttar Pradesh

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025