• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ডকাইতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দুবাৰকৈ টি-২০ বিশ্বকাপ খেলা ক্ৰিকেটাৰ

Nation NE by Nation NE
August 29, 2025
in Top News, ক্ৰীড়া
0 0
ডকাইতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দুবাৰকৈ টি-২০ বিশ্বকাপ খেলা ক্ৰিকেটাৰ
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেট জগতৰ পৰা কেতিয়াবা এনে কিছু খবৰ দেখিবলৈ বা শুনিবলৈ পাও, যাক বিশ্বাস কৰাটো অত্যন্ত কঠিন হৈ পৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপন হৈছে ডকাইতিৰ অভিযোগ।

যিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে ডকাইতিৰ অভিযোগ উত্থাপন হৈছে সেইগৰাকী ক্ৰিকেটাৰে নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ লগতে দুবাৰকৈ আই চি চি টি-২০ বিশ্বকাপতো অংশগ্ৰহণ কৰিছে।

আমি উল্লেখ কৰি থকা ক্ৰিকেটাৰগৰাকী হৈছে পাপুৱা নিউ গিনি(পিএনজি)ৰ কিপলিং ডোৰিগা। বহু অনুৰাগীৰ বাবে অচিনাকী এইগৰাকী ক্ৰিকেটাৰৰ ২০১৭ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল।

জাৰ্ছিৰ ৰাজধানী ছেইণ্ট হেলিয়াৰ্ছত সংঘটিত হোৱা এটা ডকাইতিৰ ঘটনাৰ সৈতে কিপলিং ডোৰিগাৰ নাম সাঙোৰ খাইছে। পিএনজিৰ দলটোৱে বিশ্বকাপ ক্ৰিকেট চেলেঞ্জ লীগৰ বাবে সেই স্থানত উপস্থিত হৈছিল। এই দলটোৰ সৈতে আছিল কিপলিং ডোৰিগা।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, কিপলিং ডোৰিগাই আদালতত হাজিৰ হৈ নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ স্বীকাৰো কৰিছে।

জানিব পৰা অনুসৰি, ২৫ আগষ্টৰ পুৱা ছেইণ্ট হেলিয়াৰ্ছত এই ডকাইতি কাণ্ড সংঘটিত হৈছিল। কিপলিং ডোৰিগাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুতৰ, সেয়েহে আদালতে এই গোচৰটো ৰয়েল ক’ৰ্টলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া ২৮ নৱেম্বৰত হাজিৰ হ’ব লাগিব কিপলিং ডোৰিগা। তেতিয়ালৈকে ডোৰিগা আৰক্ষীৰ জিম্মাত থাকিব, কিয়নো পূৰ্বে তেওঁৰ জামিন আবেদন নাকচ কৰা হৈছিল।

কিপলিং ডোৰিগাই নিজ দেশৰ হৈ এইপৰ্যন্ত ৩৯খন এদিনীয়া আৰু ৪৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এদিনীয়াত তেওঁ চাৰিটা অৰ্ধশতকৰ সহায়ত ৭৩০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে টি-২০ তেওঁৰ নামত আছে ৩৫৯ ৰান।

Tags: Kipling DorigaPapua New GuineaPNGRobbery

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025