• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ দুৰ্ঘটনাত পতিত বিজেপিৰ বিধায়িকা; সংকটজনক অৱস্থাত হাস্পতালৰ ICUত ভৰ্তি

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ দুৰ্ঘটনাত পতিত বিজেপিৰ বিধায়িকা; সংকটজনক অৱস্থাত হাস্পতালৰ ICUত ভৰ্তি

বিধায়িকা দীপ্তি মহেশ্বৰীৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানৰ উদয়পুৰৰ পৰা আহিছে এটা ডাঙৰ খবৰ। ৰাজ্যখনৰ ৰাজসমন্দ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক দীপ্তি মহেশ্বৰী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। শুকুৰবাৰে গভীৰ নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বিধায়িকাগৰাকী।

সম্প্ৰতি সংকটজনক অৱস্থাত উদয়পুৰৰ এখন হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁৰ চিকিৎসা চলি আছে। তথ্য অনুসৰি শুকুৰবাৰে গভীৰ নিশা ৰাজসমন্দৰ পৰা উদয়পুৰলৈ আহি থকা সময়তে আম্বেৰিৰ সমীপত বিধায়িকাগৰাকীৰ গাড়ীখন আন এখন গাড়ীৰ সৈতে খুন্দা মাৰে।

সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে বিধায়িকাগৰাকীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা পাহাৰত খুন্দা মাৰে।

এই দুৰ্ঘটনাটোত বিধায়িকা দীপ্তি মহেশ্বৰীয়ে হাত-ভৰিৰ লগতে শৰীৰৰ আন অংশত গুৰুতৰভাৱে আঘাত পাইছে। দুৰ্ঘটনাৰ সময়ত গাড়ীখনত থকা তেওঁৰ ব্যক্তিগত সহায়ক আৰু গাড়ী চালকজনো মূৰত আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ওচৰতে উপস্থিত থকা লোকসকলে সহায় কৰে আৰু ব্যক্তিগত বাহনৰ সহায়ত আটাইকেইজন আহতক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Tags: #AccidentBJPMLARajasthan

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025