• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিমাচলত বিধ্বংসী বৰষুণ, ৫ ঠাইত ডাৱৰ বিস্ফোৰণে উটুৱালে ঘৰ, বাহন, আপেলৰ বাগিচা, সতৰ্কবাণী জাৰি

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰচণ্ড বৰষুণৰ পিছত জম্মুৰ বহু ঠাইত বান সদৃশ পৰিস্থিতি, উদ্ধাৰ অভিযান অব্যাহত
Share on FacebookShare on TwitterWhatsApp

হিমাচলত বৰ্তমানেও বন্ধ হোৱা নাই বৰষুণৰ ধ্বংসলীলা। ২৯ আগষ্টৰ নিশা ৰাজ্যখনৰ ৫টা স্থানত ডাৱৰ বিস্ফোৰণৰ ফলত বহু ঘৰ, যান-বাহন আৰু আপেলৰ বাগিচাত বিস্তৰ ক্ষতিসাধন হৈছে। কুল্লুৰ হিদৱ, শৰ্চি আৰু বাসলা, ৰামপুৰৰ জুৰিৰ বাদল আৰু চাম্বাৰ চুৰাহত ডাৱৰ ডাৱৰ বিস্ফোৰণ হৈছে।

হানোগীৰ সমীপৰ খোটি নালাত হোৱা ভূমিস্খলনৰ ফলত যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে চণ্ডীগড়-মানালী ফোৰলেন। গোহৰ মহকুমাৰ নন্দী পঞ্চায়তৰ কটোৱাধি গাঁৱত দুখন দোকান, এখন গাড়ী আৰু এটা উদ্যোগ ক্ষতিগ্ৰস্ত হৈছে। ৩০ আগষ্টৰ সন্ধিয়ালৈকে ৰাজ্যত তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ, ৭২৮টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ আৰু ৪৫৬টা খোৱাপানীৰ আঁচনিকে ধৰি ৮৩৯টা পথ স্থবিৰ হৈ আছে।

চাম্বা জিলাৰ চুৰাৰ সান্তনালা পাহাৰত ডাৱৰ বিস্ফোৰণৰ পিছত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে সতনালা দলং, বৈৰাগড়, দেৱীকোঠী, টেপা, পথ সংযোগী তৰোৱাই দলংৰ আগত ৫টা কালভাৰ্ট জাঁহ যায়। টেপা, দেৱীকোঠী পঞ্চায়ত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

কুল্লু জিলাত শুকুৰবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বঞ্জাৰৰ দুটা স্থানত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বঞ্জৰৰ হিদৱ নলা আৰু শৰ্চি নলাত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে।

৩১ আগষ্টত ৰাজ্যৰ চাম্বা, কংৰা, কুল্লুৰ তিনিখন জিলাত প্ৰচণ্ড বৰষুণৰ বাবে কমলা সতৰ্কতা জাৰি কৰা হৈছে। মাণ্ডী, শিমলা, সোলান আৰু ছিৰমৌৰত ধাৰাসাৰ বৰষুণৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। ১ ছেপ্তেম্বৰত উনা, বিলাসপুৰ, হামিৰপুৰ, মাণ্ডী আৰু শিমলাত বৰষুণৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

Tags: #FloodHeavy RainHimachal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025