• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টি-২০ ক্ৰিকেটত সৰ্বাধিক ৬ সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন কোন? জানক সবিশেষ…

Nation NE by Nation NE
September 1, 2025
in Top News, ক্ৰীড়া
0 0
টি-২০ ক্ৰিকেটত সৰ্বাধিক ৬ সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন কোন? জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

টি-২০ ক্ৰিকেটত ভাৰতীয় খেলুৱৈসকলে নিজৰ বিস্ফোৰক বেটিঙেৰে সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। পৰিসংখ্যা অনুসৰি, ৰোহিত শৰ্মাৰ পৰা শ্ৰেয়াছ আয়াৰলৈকে ভাৰতীয় বেটছমেনে ৬ কোবাই বিপক্ষ দলৰ বলাৰক বাৰে বাৰে চিন্তাত পেলাইছে।

জানো আহক টি-২০ত কোনজন ভাৰতীয় বেটছমেনে সৰ্বাধিক ছয় কৰিছে।

  • ৰোহিত শৰ্মা

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটৰ সৰ্ববৃহৎ ৬ হিটাৰ হিচাপে প্ৰমাণিত হৈছে। তেওঁ এই পৰ্যন্ত ৪৬৩ খন মেচত ১১১০ টা ছয় কৰিছে। ২০০৭ চনৰ পৰা চলি অহা তেওঁৰ এই দক্ষতাই তেওঁক টি-২০ ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ এজন বেটছমেন হিচাপে গঢ়ি তুলিছে।

  • বিৰাট কোহলী

বিৰাট কোহলী হয়তো কাৰিকৰী খেল আৰু ৰান মেচিন ইমেজৰ বাবে বিখ্যাত, কিন্তু টি-২০ত তেওঁৰ ৬ৰ অভিলেখো অতি আকৰ্ষণীয়। তেওঁ ৪১৪খন মেচত ৪৩৫টা ছয় কৰিছে।

  • সূৰ্য্যকুমাৰ যাদৱ

সূৰ্যকুমাৰ যাদৱৰ আগ্ৰাসী বেটিঙে তেওঁক বিশ্বৰ আটাইতকৈ বিপজ্জনক টি-২০ বেটছমেন হিচাপে পৰিগণিত কৰিছে। ৩২৫খন মেচত ৩৮০টা ৬ অৰ্জন কৰাৰ লগতে ৩৬০ ডিগ্ৰী শ্বটৰ বাবে বিখ্যাত।

  • সঞ্জু চেমচন

সঞ্জু চেমছনে ২০১১ চনৰ পৰা খেলা ৩০৪খন মেচত ৩৫০টা ছয় কৰে। তেওঁৰ বেটিঙত শক্তি আৰু স্থিৰতাৰ এক বৃহৎ সংমিশ্ৰণ দেখা যায়।

  • এম এছ ধোনী

ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে নিজৰ অধিনায়কত্বৰ লগতে ৬ৰ সৈতেও ডাঙৰ অৱদান আগবঢ়াইছে। ৪০৫ খন মেচত ৩৫০ ৰান ছয় কৰাৰ লগতে কঠিন পৰিস্থিতিত শেষৰ বলত ছয় মাৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ গৈছে।

  • কে এল ৰাহুল

টাইমিং আৰু ক্লাছিক শ্বটৰ বাবে পৰিচিত কে এল ৰাহুল। ২৩৯খন মেচত ৩৩২টা ছয় অর্জন কৰি ভাৰতীয় দলৰ বেটিং লাইন আপক ধাৰাবাহিকভাৱে শক্তিশালী কৰি তুলিছে৷

  • সুৰেশ ৰাইনা

ভাৰতীয় ক্ৰিকেটৰ আৰম্ভণিৰ টি-২০ তাৰকা হিচাপে পৰিগণিত হৈছে সুৰেশ ৰাইনা। ২০০৬ চনৰ পৰা ২০২১ চনলৈ খেলা ৩৩৬ খন মেচত মুঠ ৩২৫ টা ছয় অৰ্জন কৰাৰ লগতে ভাৰতৰ হৈ বহু গুৰুত্বপূৰ্ণ মেচত জয়লাভ কৰিছে।

  • হাৰ্দিক পাণ্ডিয়া

পাৱাৰ হিটিঙৰ বাবে বিখ্যাত হাৰ্ডিক পাণ্ডিয়া। ৩০২খন মেচত ২৯৮টা ছয় অৰ্জন কৰাৰ লগতে টিম ইণ্ডিয়াৰ বাবে এজন গুৰুত্বপূৰ্ণ অল ৰাউণ্ডাৰ হিচাপে প্ৰমাণিত হৈছে।

  • শ্ৰেয়াছ আয়াৰ

শ্ৰেয়াছ আয়েৰে ২০১৪ চনৰ পৰা এতিয়ালৈকে খেলা ২৪০খন মেচত ২৮৬টা ছয় কৰিছে। তেওঁৰ বেটিঙত শক্তি আৰু স্থিৰতা দুয়োটা দেখা যায়।

Tags: #cricketSportsTeam India

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025