• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ

Nation NE by Nation NE
September 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ
Share on FacebookShare on TwitterWhatsApp

বিহাৰত ‘ভাৰত মিত্ৰজোঁট’ৰ ভোটাৰ অধিকাৰ সমদলৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা  অশালীন মন্তব্যৰ বিৰুদ্ধে হোৱা এক প্ৰতিবাদত ১ ছেপ্তেম্বৰত ইটাৱাত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত এক তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়।

ইয়াৰ মাজতে দুয়োপক্ষৰ পৰা শ্লোগান আৰু শিলগুটি নিক্ষেপৰ ঘটনাৰ খবৰ পোৱা গৈছিল, যাৰ বাবে এই পৰিস্থিতি উত্তেজিত হৈয়েই আছে।

এই গোচৰত কংগ্ৰেছৰ জিলা সভাপতিকে ধৰি ৮ জনৰ লগতে অচিনাকি ২০ জনৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। স্থানীয় আৰক্ষী-প্ৰশাসনে একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ কংগ্ৰেছ নেতাসকলৰ।

শেহতীয়াকৈ বিহাৰৰ দৰভংগাত ভাৰত মিত্ৰজোঁটৰ ভোটাৰ ৰাইটছ পদযাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা বিষয়টোৱে গতি লাভ কৰিছে। এই ঘটনাৰ প্ৰতিবাদত ইটাৱাত বিজেপি বিধায়িকা সৰিতা ভদৌৰিয়াৰ নেতৃত্বত কৰ্মীসকলে নগৰ পালিকা ছেক্সনত অৱস্থিত কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদৰ সময়ত বিজেপি কৰ্মীসকলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান উত্থাপন কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত কৰ্মীসকলেও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান উত্থাপন কৰে। অলপ পিছতে পৰিস্থিতি অধিক তীব্ৰ ৰূপ ধাৰণ কৰে আৰু দুয়োপক্ষৰ মাজত শিলগুটি নিক্ষেপ আৰম্ভ হয়। ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে লগে লগে হস্তক্ষেপ কৰি উক্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

বিজেপি মহিলা মৰ্চাৰ জিলা সভানেত্ৰী বীৰলা শাক্যৰ অভিযোগত ইতিমধ্যে কংগ্ৰেছৰ জিলা সভাপতি আশুতোষ দীক্ষিত, নগৰ ইউনিটৰ সভাপতি ৰছিদ পাঠান, প্ৰাক্তন জিলা সভাপতি মলখান সিং যাদৱ, কোমল সিং কুশৱাহা, বিপিন কুশৱাহা, পল্লৱ ডুবে, প্ৰশান্ত তিৱাৰী, আৰু আশিক পাঠনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ইয়াৰ উপৰিও ২০ জন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

Tags: #CongressBiharBJPModi

Related Posts

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025