• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

Nation NE by Nation NE
September 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

৩ আৰু ৪ ছেপ্তেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ বৈঠকত দীৰ্ঘদিনৰ পৰা চলি থকা চাৰি তৰপীয়া জি এছ টি আঁতৰোৱাৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিজয়ী শিক্ষকৰ সৈতে অনুষ্ঠিত এক কাৰ্যসূচীৰ সময়ত তেওঁ জি এছ টি সংস্কাৰৰ কথা উল্লেখ কৰি কয়, ‘সময়ত পৰিবৰ্তন অবিহনে আজিৰ বিশ্বব্যাপী পৰিস্থিতিত আমি আমাৰ দেশক উচিত স্থান দিব নোৱাৰো। এইবাৰ ১৫ আগষ্টত মই লালকিল্লাৰ পৰাই কৈছিলোঁ যে ভাৰতবৰ্ষক স্বাৱলম্বী কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ আৱশ্যক। এই দীপাৱলী আৰু ষঠ পূজাৰ পূৰ্বে জনসাধাৰণৰ সুখ দুগুণ বৃদ্ধি পাব বুলিও দেশবাসীক প্ৰতিশ্ৰুতি দিছিলো।’

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ ছেপ্টেম্বৰ অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনৰ পৰা জি এছ টিৰ নতুন হাৰ কাৰ্যকৰী হ’ব। এই নতুন দুতৰপীয়া জি এছ টিয়ে ভাৰতৰ অৰ্থনীতি আৰু জনসাধাৰণৰ জীৱন ধাৰণত যথেষ্ট সুপ্ৰভাৱ পৰিব বুলিও উল্লেখ কৰে।

ইফালে দেশৰ উদ্যোগ জগতে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাক আদৰণি জনাই কৰ ব্যৱস্থাৰ সৰলীকৰণৰ ফলস্বৰূপে ব্যৱসায়-বাণিজ্য পূৰ্বতকৈ সহজ হৈ উঠিব বুলি মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ৩ ছেপ্তেম্বৰত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ বৈঠকত পূৰ্বৰ পৰা চলি থকা ৫, ১২, ১৮ আৰু ২৮ শতাংশৰ পৰা দুই তৰপীয়া (৫ আৰু ১৮) জি এছ টি সৰল কৰাত অনুমোদন জনাইছে পৰিষদে।

Tags: GSTNarendra ModiPrime Minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025