• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এপষ্টেইনলৈ ‘অশ্লীল সংকেত’ থকা পত্ৰ লিখিছিল নেকি ড’নাল্ড ট্ৰাম্পে? ডেম’ক্ৰেটে প্ৰকাশ কৰিলে পত্ৰ…

Nation NE by Nation NE
September 9, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Share on FacebookShare on TwitterWhatsApp

৮ ছেপ্তেম্বৰত আমেৰিকাৰ কংগ্ৰেছৰ হাউছ অভাৰচাইট কমিটীৰ ডেম’ক্ৰেটসকলে জিঅ’ফ্ৰে এপষ্টেইনলৈ লিখা ‘অশ্লীল সংকেত’ থকা এখন পত্ৰ প্ৰকাশ কৰে। এই পত্ৰখনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ থকা বুলি অভিযোগ উঠিছে। অৱশ্যে ট্ৰাম্পে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে।

এই পত্ৰখন ২০০৩ চনত এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনৰ বাবে প্ৰস্তুত কৰা এলবামত অন্তৰ্ভুক্ত কৰা হৈছিল। এপষ্টেইন আছিল এজন ধনী আৰু প্ৰভাৱশালী বিত্তীয় ব্যক্তি যি এসময়ত ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু আছিল। ২০১৯ চনত নিউয়ৰ্কৰ এখন কাৰাগাৰত তেওঁ আ*ত্ম*হ*ত্যা কৰে। মহিলাৰ সৈতে অপকৰ্ম আৰু নাবালিকা সৰবৰাহৰ অভিযোগত বিচাৰৰ বাবে অপেক্ষা কৰি আছিল।

ট্ৰাম্পে কয় যে তেওঁ এই পত্ৰখনও একো লিখা নাছিল আৰু কোনো মহিলাৰ আকৃতিও ইয়াত অংকন কৰা হোৱা নাছিল। প্ৰথমে এই বিষয়ত বাতৰি প্ৰকাশ কৰা দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বিৰুদ্ধেও তেওঁ ১০ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ তৰিছে।

হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে সংবাদ মাধ্যমত লিখিছে যে,  এইটো স্পষ্ট যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই পত্ৰখনত ছবি অংকন কৰা নাছিল আৰু তেওঁ স্বাক্ষৰো কৰা নাছিল। ৰাষ্ট্ৰপতিৰ আইনী দলটোৱে এই বিষয়ে আক্ৰমণাত্মকভাৱে তদন্ত চলাই যাব। একে সময়তে ডেপুটি ছিফ অৱ ষ্টাফ টেইলৰ বুড’ভিচে ট্ৰাম্পৰ বিগত বছৰবোৰৰ স্বাক্ষৰৰ ছবি পোষ্ট কৰি লিখিছে, ‘এয়া তেওঁৰ স্বাক্ষৰ নহয়।’

এই প্ৰকাশে পুনৰবাৰ ট্ৰাম্প আৰু এপষ্টেইনৰ পুৰণি বন্ধুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ট্ৰাম্পে কয় যে, তেওঁ প্ৰায় ২০ বছৰ পূৰ্বে এপষ্টেইনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছিল কিয়নো তেওঁ মাৰ-এ-লাগো ৰিজ’ৰ্টত কাম কৰা বহু যুৱতীক ‘সৰবৰাহ’ কৰিছিল, য’ত এপষ্টেইনৰ বিৰুদ্ধে অপকৰ্মৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল।

Tags: letterobsceneTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025