• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পলৈ ডাঙৰ আঘাত! নিজৰ অতিকৈ ঘনিষ্ঠ বন্ধুক ভাৰতলৈ প্ৰেৰণ পুটিনৰ; ৫০% শুল্কৰ আৰোপৰ বাবে হ’ব আক্ৰমণ…

Nation NE by Nation NE
September 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাই আৰোপ কৰা শুল্কৰ মাজতে ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ চলিত মাহত নতুন দিল্লীলৈ অহাৰ সম্ভাৱনা আছে। পাত্ৰুছেভ হৈছে কৃষি খণ্ডৰ বিশেষজ্ঞ আৰু তেওঁৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য ভাৰতৰ পৰা মিছামাছ আমদানি আৰু সাৰ যোগান বৃদ্ধি কৰা।

ইফালে আমেৰিকালৈ মিছামাছ সৰ্বাধিক যোগান ধৰা দেশ হৈছে ভাৰত, কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০% শুল্ক আৰোপ কৰাৰ পিছত ভাৰতৰ বাণিজ্যত যথেষ্ট প্ৰভাৱ পৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাছিয়া ভাৰতীয় মিছামাছ ৰপ্তানিকাৰকৰ বাবে এখন আকৰ্ষণীয় বজাৰ হ’ব পাৰে।

এই ভ্ৰমণৰ সময়ত দিমিত্ৰী পাত্ৰুশ্বেভে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ভাৰতৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীসকলক সাক্ষাৎ কৰিব পাৰে। ভাৰতীয় মিছামাছৰ সৰ্ববৃহৎ বজাৰ আমেৰিকাত, য’ত বছৰি কোটি কোটি ডলাৰৰ ব্যৱসায় চলি থাকে। অৱশ্যে ট্ৰাম্পৰ শুল্কই এই ব্যৱসায়ত প্ৰভাৱ পেলাইছে। এতিয়া ভাৰতীয় মিছামাছ ৰপ্তানিকাৰকসকলে আমেৰিকাৰ বজাৰত ইকুৱেডৰ, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু চীনৰ দৰে দেশৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ৰাছিয়াৰ মিছামাছৰ বজাৰখন ভাৰতৰ বাবে সকাহৰ পথ হ’ব পাৰে।

ট্ৰাম্প প্ৰশাসনে ভাৰতৰ বিৰুদ্ধে কেইবাটাও শুল্ক আৰোপ কৰিছে, যাৰ ফলত ভাৰতীয় মিছামাছ আমদানিৰ মুঠ শুল্কৰ হাৰ ৫৮%তকৈও অধিক হ’ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া জি-৭ৰ মিত্ৰ দেশসমূহক ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ দাবী জনাইছে। এই সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত জি-৭ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকত আমেৰিকাই ভাৰত আৰু চীনৰ বিৰুদ্ধে শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল।

আমেৰিকাই অভিযোগ কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইনত পুটিনৰ যুদ্ধৰ বাবে ধন আগবঢ়াইছে। কিন্তু ভাৰতে এই অভিযোগ নাকচ কৰি কয় যে, সেয়া অন্যায় । ৰাষ্ট্ৰীয় স্বাৰ্থ, বজাৰৰ অৱস্থা আৰু শক্তি সুৰক্ষাৰ বাবে দেশখনে নিজৰ নীতিক ভাৰতে ন্যায্যতা প্ৰদান কৰিছে।

Tags: PUTINtaxTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025