• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘মই আপোনালোকৰ লগত আছো…’, মণিপুৰবাসীক প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Nation NE by Nation NE
September 13, 2025
in Top News, BIG BREAKING, উত্তৰ পূৱ, মণিপুৰ
0 0
‘মই আপোনালোকৰ লগত আছো…’, মণিপুৰবাসীক প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Share on FacebookShare on TwitterWhatsApp

গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ ২৮ মাহৰ অন্তত আজি মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যখনৰ চুৰাচান্দপুৰত আয়োজিত এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰবাসীক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰৰ মনোবলক প্ৰণাম। আপোনালোকৰ মৰম মই কেতিয়াও পাহৰিব নোৱাৰো। মণিপুৰ সেই ৰত্ন যিয়ে সমগ্ৰ উত্তৰ-পূবক জিলিকাই তুলিব।’

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অঞ্চলটো হিংসাই আৱৰি ধৰাটো দুখৰ বিষয়। আশা আৰু বিশ্বাসৰ নতুন দিগন্ত আহিছে। কুকি আৰু মেইটেইৰ মাজত আলোচনা আৰম্ভ হৈছে। মানুহে শান্তিৰ পথ বাছি লৈছে। দশক দশক ধৰি চলি থকা বহু বিবাদৰ অন্ত পৰিছে। শান্তিৰ পথত আগবাঢ়ি যাবলৈ মই আহ্বান জনাম।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে মই প্ৰতিশ্ৰুতি দিছো যে মই মণিপুৰৰ লগত আছো। ভাৰত চৰকাৰ মণিপুৰৰ লগত। আপোনালোকৰ মনত উদ্ভৱ হোৱা চিন্তা দূৰ কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম। মণিপুৰৰ উন্নয়নক পুনৰ সঠিক পথলৈ আনিবলৈ মই আছো। গৃহহীন লোকসকলক সহায়ৰ বাবে ৫০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে মণিপুৰৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে মণিপুৰৰ জনসাধাৰণৰ লগতে ইয়াৰ পাহাৰত বসবাস কৰা জনজাতীয় সমাজৰ জীৱন আৰু অধিক উন্নত কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে গোষ্ঠীগত সংঘৰ্ষৰ বাবে গৃহহীন হৈ পৰা লোকসকলে বৰ্তমান বাস কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ ভুক্তভোগীৰ মনৰ বতৰা লয়।

উল্লেখ্য যে, উন্নয়নৰ বাৰ্তা লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য ভ্ৰমণ কৰিব। দুদিনীয়া ভ্ৰমণসূচী লৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ৰাতিপুৱা ১০ বজাত মিজোৰামত উপস্থিত হৈ বিভিন্ন চৰকাৰী অনুষ্ঠানত অংশ লয়।

মিজোৰামৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ চুড়াচান্দপুৰত উপস্থিত হয়। মণিপুৰৰ বিভিন্ন কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি ৪.৪০ মিনিটত উপস্থিত হ’ব গুৱাহাটীত। বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজপথেৰে বিশাল কনভয়ৰে ৫.১৫ বজাত খানাপাৰাৰ পশু চিকিৎসালয়ৰ খেলপথাৰত উপস্থিত হ’ব।

খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰত্ন, সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ ডেৰঘণ্টীয়া অনুষ্ঠানত ভাগ লৈ নিশাটো খানাপাৰা ৰাজ্যিক অতিথিশালাত কটাব প্ৰধানমন্ত্ৰী মোদীয়ে।

আনহাতে ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও কাৰ্যসূচীৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰিব।

Tags: #ManipurManipur ViolenceManipur VisitNarendra Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025