• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘বিতৰ্ক সৃষ্টি কৰিবলৈ অনুৰাগ কাশ্যপে নিজেই লিক কৰিছিল এই ভিডিঅ’….’ পহলাজ নিহালানীয়ে প্ৰকাশ কৰিলে এই তথ্য

Nation NE by Nation NE
September 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘বিতৰ্ক সৃষ্টি কৰিবলৈ অনুৰাগ কাশ্যপে নিজেই লিক কৰিছিল এই ভিডিঅ’….’ পহলাজ নিহালানীয়ে প্ৰকাশ কৰিলে এই তথ্য
Share on FacebookShare on TwitterWhatsApp

২০১৬ চনত মুক্তি পোৱা শ্বাহিদ কাপুৰ আৰু আলিয়া ভাটৰ ছবি ‘উড়তা পঞ্জাৱ’। সেই সময়ত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ অধ্যক্ষ আছিল পহলাজ নিহালানী। অনুৰাগ কাশ্যপ আছিল ‘উড়তা পঞ্জাৱ’ৰ সহ-প্ৰযোজক। সেই সময়ত পহলাজ আৰু অনুৰাগৰ মাজত কিছু খাম-খেয়ালিৰ  খবৰ প্ৰচলিত আছিল। কেৱল এয়াই নহয়, উড়তা পঞ্জাৱ মুক্তিৰ পূৰ্বে ছবিখনৰ কিছু অংশ অনলাইনত ফাদিল হৈছিল। পহলাজে কয় যে, অনুৰাগ কাশ্যপে নিজেই এই ছবিৰ অংশ অনলাইনত ফাদিল কৰিছিল।

অনুৰাগ কাশ্যপে একতা কাপুৰৰ সৈতে এই ছবিখন প্ৰযোজনা কৰিছিল। যেতিয়া ছবিখন চেন্সৰ ব’ৰ্ডত দ্বাৰস্থ হয়, তেতিয়া চেন্সৰ ব’ৰ্ডে ছবিখনক অশ্লীল আখ্যা দি মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। পিছত চেন্সৰ ব’ৰ্ডে ছবিখনত প্ৰায় ৮৯টা কাট কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত অনুৰাগ কাশ্যপে পহলাজক একনায়কত্ববাদী বুলিও অভিহিত কৰে। এতিয়া পহলাজে সেই বিষয়ত মুখ খুলিছে।

এক আছুতীয়া সাক্ষাৎকাৰত পহলাজ নিহালানীয়ে কয় যে,  একতা আৰু শোভাই চেঞ্চৰ ব’ৰ্ডে জাপি দিয়া কৰ্তনৰ প্ৰতি সন্মতি দিছিল। পিছে অনুৰাগ কাশ্যপৰ ছবিখনে বিতৰ্কৰ মাজতো বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহয়। তাৰ পিছত প্ৰডাকচন কোম্পানীটোৰ চিইঅ’ও জীতেন্দ্ৰই নিজেই অফিচলৈ আহিছিল চাৰ্টিফিকেট ল’বলৈ। তেওঁ কৰ্তনৰ অনুমোদন দিছিল আৰু য’ত তেওঁলোকে প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল, সেই অংশই কাটি দিয়ে।

ছবিখন মুক্তি পোৱাৰ পূৰ্বে ছবিখনৰ এটা ৪০ মিনিটৰ ভিডিঅ’ ফাদিল হৈছিল। সেই ভিডিঅ’ লিকটোৰ কথা কওঁতে পহলাজ নিহালানীয়ে কয় যে,  অনুৰাগ কাশ্যপে অনুভৱ কৰিছিল যে, যদিও ছবিখন মুক্তি পাবলৈ মাত্ৰ ৬ দিন বাকী আছে, কিন্তু দৰ্শকৰ মাজত ছবিখনৰ হাইপটো গঢ় লৈ উঠা নাছিল।তাৰ পিছত ছবিখনৰ কিছু ভিডিঅ’ লিক কৰিছিল। গতিকে এই বিতৰ্ক অনুৰাগে নিজেই সৃষ্টি কৰিছিল।

Tags: #BollywoodFilmmakervideo leak

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025