• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দিল্লীৰ ফ্লেটত প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু অসমৰ যুৱতীৰ

      Nation NE by Nation NE
      July 28, 2024
      in Top News, অসম, ৰাষ্ট্ৰীয়
      0 0
      দিল্লীৰ ফ্লেটত প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু অসমৰ যুৱতীৰ
      Share on FacebookShare on TwitterWhatsApp

      দিল্লীত উদ্ধাৰ কৰা হ’ল অসমৰ যুৱতীৰ মৃতদেহ। ফ্লেটত উদ্ধাৰ কৰা হ’ল মৃতদেহ। প্ৰেমিকৰ ছুৰীকাঘাতত মৃত্যু হৈছে যুৱতীৰ। বৰ্তমান দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতকৰূপী প্ৰেমিকক।

      মৃত যুৱতীগৰাকী শিলচৰৰ ২১ বছৰীয়া স্নেহা নাথ চৌধুৰীৰ। প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে ।

      জানিব পৰা মতে, স্নেহা নাথ চৌধুৰী শিলচৰ অম্বিকাপট্টিৰ এখন জিম চেন্টাৰৰ জিম ট্ৰেনাৰ আছিল। দিল্লী পুলিচে দিয়া তথ্য মতে, স্নেহা নাথ চৌধুৰী আৰু ৰাজ কৰ্মকাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিলে । দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আছিল বিবাদ ।

      শনিবাৰে দিল্লীৰ পাছানপুৰ অঞ্চলত থকা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ। সেই সময়তে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। পৰৱৰ্তীসময়ত দুয়োৰে মাজত হয় হতাহতি। ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে ছুৰীৰে উপৰ্যপুৰি আক্ৰমণ চলাই স্নেহা নাথ চৌধুৰীক । ফলত প্ৰেমিকৰ ছুৰীকাঘাতত থিতাতে মৃত্যু হয় স্নেহা নামৰ যুৱতী গৰাকীৰ ।

      ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। লগতে, ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰেমিক ৰাজ কৰ্মকাৰক । প্ৰাথমিক তদন্তত প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে, তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল । এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিছে বুলি জনাই দিল্লী আৰক্ষীক । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

      Tags: #Assam#DelhiDelhipoliceMurdernews

      Related Posts

      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 8, 2025
      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist