• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি

Nation NE by Nation NE
September 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা আৰু চীনৰ মাজত টিকটকক লৈ ওলাইছে  এক ডাঙৰ খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১৬ ছেপ্টেম্বৰত ঘোষণা কৰিছে যে টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি হৈছে। ব্ৰিটেইন ভ্ৰমণলৈ যোৱাৰ পূৰ্বে ট্ৰাম্পে হোৱাইট হাউছত কয় যে, ট্ৰাম্প চৰকাৰে টিকটক সন্দৰ্ভত এক চুক্তিত উপনীত হৈছে আৰু এই সন্দৰ্ভত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আলোচনা কৰিছে।

স্পেইনৰ ৰাজধানী মাদ্ৰিদত আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্ট আৰু চীনৰ উপ-প্ৰধানমন্ত্ৰী হে লিফঙৰ মাজত দুদিনীয়া আলোচনাৰ অন্তত এই চুক্তিত উপনীত হৈছে। চীনৰ বাইটডান্সৰ মালিকানাধীন টিকটকৰ বিশ্বজুৰি প্ৰায় দুই বিলিয়ন ব্যৱহাৰকাৰী আছে। এই চুক্তিৰ অধীনত টিকটকৰ নিয়ন্ত্ৰণ আমেৰিকাৰ কোম্পানীসমূহৰ হাতলৈ আহিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমেৰিকাৰ কোম্পানীসমূহে টিকটক ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে।

২০২৫ চনৰ জানুৱাৰী মাহতেই আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছিল যদিও এতিয়াও চলি আছে। এই চুক্তিৰ বাবে চীনক ১৭ ছেপ্টেম্বৰলৈ সময় দিয়া হৈছিল। এই চুক্তি নহ’লে আমেৰিকাত টিকটক সম্পূৰ্ণৰূপে নিষিদ্ধ হ’লহেঁতেন।

এক প্ৰতিবেদন অনুসৰি, ৩০-৪৫ দিনৰ ভিতৰত এই চুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনত আমেৰিকাত এখন আইন গৃহীত হয়, যাৰ অধীনত চীনৰ কোম্পানী বাইটেডেন্সে আমেৰিকাৰ কাৰ্য্যকলাপৰ মালিকীস্বত্ব টিকটকক বিক্ৰী কৰিবলগীয়া হয়। সেই সময়ত আশংকা কৰা হৈছিল যে চীন চৰকাৰে এই এপৰ জৰিয়তে আমেৰিকান ব্যৱহাৰকাৰীৰ তথ্য লাভ কৰিব পাৰিব।

অহা মাহত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এপেক শীৰ্ষ সন্মিলনত ছি জিনপিঙৰ সৈতে ট্ৰাম্পৰ প্ৰস্তাৱিত বৈঠকৰ বাবেও এই চুক্তি চৰ্ত বুলি কয়।

Tags: AmericaChinaTrump

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025