• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হাস্পতালৰ চৌহদত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম কৰ্মচাৰীৰ; গ্ৰেপ্তাৰ কৰ্মচাৰী

Nation NE by Nation NE
July 28, 2024
in Top News, অসম
0 0
হাস্পতালৰ চৌহদত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম কৰ্মচাৰীৰ; গ্ৰেপ্তাৰ কৰ্মচাৰী
Share on FacebookShare on TwitterWhatsApp

মানৱতাক কলংকিত কৰা এক ঘটনা সংঘটিত হৈছে অসম চিকিৎসা মহাবিদ্যালয়ত। অসম চিকিৎসা মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীৰ কামনাৰ বলী হ’ল এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী। BDM Enterprise নামৰ House Keepingৰ কৰ্মচাৰীৰ অপকৰ্মৰ বলী হ’ল যুৱতীগৰাকী।

এই পাশৱিক কাণ্ড সংঘটিত কৰা যুৱকজন হৈছে মজিবুৰ ৰহমান। ঘৰ হাজোত। BDM Enterprise ৰ চুপাৰভাইজাৰ হিচাপে কৰ্মৰত হৈ আছে মজিবুৰ ৰহমান।

ইতিমধ্যে, ডিব্ৰুগড় আৰক্ষীয়ে মজিবুৰ ৰহমানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৬৪(২)(K) ২০২৩ ৰ অধীনৰ ২৯২/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শুকুৰবাৰে নিশা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ কেজ্যুৱেলটিতে যুৱতীক গৰাকীৰ সৈতে কৰিছিল অপৰ্কম। বিগত প্ৰায় ১৫ বছৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতে ঘূৰি ফুৰিছিল যুৱতীগৰাকী।

Tags: #AssamAssam medical collegeDibrugarh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025