• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 3, 2026
29 °c
Guwahati
29 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উৎসৱৰ বতৰৰ পূৰ্বে এইসকল কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

Nation NE by Nation NE
September 24, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
উৎসৱৰ বতৰৰ পূৰ্বে এইসকল কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

সমাগত দুৰ্গা পূজা। পূজা-দীপাৱলীৰ দৰে উৎসৱৰ বতৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল কৰ্মচাৰীৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে।

দীপাৱলীৰ পূৰ্বে ভাৰতীয় ৰে’লৱেৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি’ৰ কৰ্মচাৰীসকলে ৭৮ দিনৰ বোনাছ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ জৰিয়তে দেশৰ লাখ-লাখ কৰ্মচাৰী উপকৃত হ’ব।

খবৰ অনুসৰি দেশৰ প্ৰায় ১১.৫ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই ধন। বোনাছৰ ধনৰাশি পোনপটীয়াকৈ কৰ্মচাৰীৰ একাউণ্টত জমা কৰা হ’ব।

কোনে কোনে লাভ কৰিব এই বোনাছ

ট্ৰেক মেইণ্টাৰ, ল’ক’ পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেনেকে ধৰি অন্যান্য গ্ৰুপ ‘চি’ৰ কৰ্মচাৰী। ইয়াৰ উপৰি বিভিন্ন শ্ৰেণীৰ ৰে’লৱে কৰ্মচাৰীক এই বোনাছ প্ৰদান কৰা হ’ব।

Tags: BonusCentral GovtIndian Railways

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 3, 2026
কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 2, 2026
ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025