• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 31, 2026
29 °c
Guwahati
30 ° Mon
30 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
May 31, 2026
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ: আজি আপোনাৰ শৰীৰৰ সিৰ-ব্যাধি ভয়ে দেখা দিব। বহু দিন আগতে পাব লগা ধন হাতলৈ আহিব পাৰে। শিল্পী-সাহিত্যিকৰ শুভ। বিদ্যার্থীসকলৰ বাবে দিনটো মধ্যম। ধৈর্য্য আৰু বিবেচনাৰে কাম কৰিলে শুভ ফল পোৱা যাব।

বৃষ: আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। বন্ধুত্ব গঢ়ি উঠিব পাবে। স্থায়ী সম্পত্তি ক্রয় কৰাৰ সময়ত সাৱধান হ’ব। প্রেমিক-প্রেমিকাৰ মধ্যম। কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি হ’ব। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব আৰু ব্যৱসায়ত ইতিবাচক ফল পোৱা যাব।

মিথুন: আজি আপোনাৰ বুদ্ধি হানি হ’ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকক। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ’ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীসকলৰ মধ্যম। দীঘলীয়া পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনা আছে।

কর্কট: আজি আপুনি সম্পৰ্কৰ ক্ষেত্ৰত অতি উৎসাহী নোহোৱাই ভাল। আপোনাৰ আৰ্থিক দিশত উন্নতি লাভ কৰাৰ যোগ আছে। কর্মক্ষেত্ৰত আশা কৰা ধৰণে সফল নহ’ব। প্ৰেমত মধুৰ সম্পৰ্ক থাকিব।

সিংহঃ আর্থিক দিশত উন্নতি হ’ব পাৰে আৰু উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা আছে। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ যোগ।

কন্যা: আজি আপোনাৰ ধন লাভৰ যোগ আছে। সৃষ্টিশীল কামত সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ শুভ। কর্মক্ষেত্ৰত সহকর্মীৰ পৰা সহযোগিতা লাভ। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক।

তুলা: আজি বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। ঘৰলৈ অতিথি আহিব পাৰে।কোনো কামত সফলতা লাভৰ যোগ। প্রেমিক-প্রেমিকাৰ শুভ। ব্যৱসায়ত উন্নতি হ’ব আৰু ধন লাভৰ যোগ আছে।

বৃশ্চিক: আজি আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। শিল্পী-সাহিত্যিকৰ মধ্যম। হাতলৈ ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

ধনু: আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ। নিজৰ কামত ধ্যান দিয়ক। ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ যোগ। স্বাস্থ্য ভালেৰে যাব। বাহন ক্রয়ৰ যোগ। টকা-পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰক।

মকৰঃ আজি আপোনাৰ মনটো চঞ্চল হৈ থাকিব। শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

কুম্ভঃ ব্যৱসায়ীসকলৰ আজি অযথা ক্ষতি হোৱাৰ সম্ভাবনা আছে। মোকর্দমাত সিদ্ধি লাভ কৰিব পাৰে। ভ্রমণকাৰীসকলৰ বাবে দিনটো শুভ। কর্মক্ষেত্রত দায়িত্ব বাঢ়িব পাৰে। পৰিয়ালৰ মাজত বুজাপৰা বজাই ৰাখক।

মীন: আপোনাৰ আজি কর্মক্ষেত্রত বিস্তাৰ লাভ কৰাৰ সম্ভাবনা আছে। হাতলৈ ধন আহিব পাৰে। চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ। শিল্পী-সাহিত্যিকৰ শুভ।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি
Top News

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি

May 31, 2026
অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ
Top News

অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ

May 31, 2026
৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
Top News

৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

May 31, 2026
আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য
Top News

আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য

May 31, 2026
ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি
Top News

ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি

May 31, 2026
মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?
Top News

মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?

May 31, 2026

শীৰ্ষ সংবাদ

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি

অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ

৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য

ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি

মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025