• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Nation NE by Nation NE
September 24, 2025
in Uncategorized
0 0
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২৩ ছেপ্তেম্বৰ অৰ্থাত মঙলবাৰে অশ্ৰুশিক্ত নয়নেৰে বিদায় জনালে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে চি আই ডিয়ে।

ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত চি আই চিৰ দলে পৃথকে পৃথকে থানাসমূহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ দাবীত ৰাজ্যজুৰি আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে তদন্ত তন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে।

আজি কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, চিআইডি, মুখ্য সচিবৰ লগতে আন আন শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল।

এই বৈঠকৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধানক জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। টুইটযোগে এই কথা জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

এই এছ আই টিৰ দলটোত অসম আৰক্ষীৰ সুদক্ষ বিষয়াক অন্তৰ্ভুক্ত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে কৰা প’ষ্টটোত এই আছ আই টিৰ দলটোক তদন্তৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ কথাও উল্লেখ কৰা হৈছে।

Tags: #AssamAssam GovtDGPHimanta Biswa SarmaSITZubeen Garg

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025