• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BTC নিৰ্বাচনৰ ভোটগণনা, কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি?

Nation NE by Nation NE
September 26, 2025
in Top News, অসম
0 0
BTC নিৰ্বাচনৰ ভোটগণনা,  কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি?
Share on FacebookShare on TwitterWhatsApp

আজি BTCৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। সৰ্বমুঠ ৪০ টা সমষ্টিত ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল BTC নিৰ্বাচন।

আজি মুঠ ৩১৬জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ আছে EVMত। ৮খন নিৰ্বাচনী জিলাত কেন্দ্ৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী। কোকৰাঝাৰৰ ১২টা সমষ্টি, চিৰাঙৰ ৭ টা, তামুলপুৰৰ ৫, বাক্সাৰ ৬ টা আৰু ওদালগুৰিৰ ১০টা সমষ্টিকে ধৰি মুছ ৪০ টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন।

বিটিচিৰ ৫ খন জিলাৰ প্ৰায় ২৬ লাখ ৫৮ হাজাৰ ১৫৩গৰাকী ভোটাৰে ৪০ টা সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৩১৬ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ নিৰ্বাচনী যুঁজ খন মুলত: সীমাবদ্ধ থাকিব বিজেপি,বিপিএফ আৰু ইউপিপিএলৰ মাজত ৷

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪০ টা পৰিষদীয় সমষ্টি হৈছে- ক্ৰমে পৰ্বতঝোৰা, বাওখুংগ্ৰী, শালবাৰী, খৈৰাবাৰী, গুমা, চালাকাটি, কোকলাবাৰী, ভেৰগাঁও, শ্ৰীৰামপুৰ, চিৰাং, দিহিৰা, ননৈ ছেৰফাং, যমদুৱাৰ,   চিৰাং দুৱাৰ ,মুছলপুৰ, খালিং দুৱাৰ, চৰাইবিল, কাজলগাঁও, বাগানপাৰা, মুদৈবাৰী, কচুগাঁও, নিচিমা, দৰঙাজুলি, হৰিশিঙা, দোতমা, সোবাইঝাৰ, নাগ্ৰীজুলি, ধনশ্ৰী, ফকিৰাগ্ৰাম, মানস ছেৰফাং, গইবাৰী, ভৈৰৱকুণ্ড, বনৰগাঁও, ঠুৰিবাৰী, ছুক্লাই ছেৰফাং, পাঁচনৈ ছেৰফাং, দেবৰগাঁও, মথনগুৰি, গোৰেশ্বৰ, ৰৌতা।

Tags: BTCElection

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025