• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তামিলনাডুৰ পদপিষ্ট ঘটনা সন্দৰ্ভত কেইবাগৰাকীও শীৰ্ষ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

Nation NE by Nation NE
September 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তামিলনাডুৰ পদপিষ্ট ঘটনা সন্দৰ্ভত কেইবাগৰাকীও শীৰ্ষ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে তামিলনাডুৰ কাৰুৰত বিজয় থালাপতিয়ে আয়োজন কৰা জনসমাৱেশত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পাইছে। মৃতসকলৰ ভিতৰত আছে ৮টি শিশু আৰু ১৬ৰো অধিক মহিলা।

এই ঘটনাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে দুখ প্ৰকাশ কৰি প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। তদুপৰি ঘটনাত আহত হোৱা লোকসকলক প্ৰদান কৰিব ১ লাখকৈ টকা।

ইয়াৰ উপৰি এই ভয়ংকৰ পদপিষ্টৰ ঘটনা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সচিবালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনাইছে।

শনিবাৰে বিজয় থালাপতিৰ সমাৱেশত সংঘটিত হোৱা ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে ন্যায়াধীশ অৰুণ জগদীশনৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰিছে।

উল্লেখ্য যে, শনিবাৰে আয়োজন কৰা এই জনসভাত বিজয় থালাপতিয়ে ভাষণ দি থকা সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

এই ঘটনা সন্দৰ্ভত বিজয় থালাপতিৰ টিভিকে পশ্চিম জিলাৰ সম্পাদক মথিয়ালগান, সাধাৰণ সম্পাদক আনন্দ, যুটীয়া সম্পাদক নিৰ্মল কুমাৰকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৯, ১১০, ১২৫বি আৰু ২২৩ নং ধাৰাত কাৰুৰ চহৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

Tags: #StampedeTamilnaduThalapathy Vijay

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025