• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জনতাৰ হৃদয়ত জুবিন সদায় জীয়াই থাকিব : প্ৰধানমন্ত্ৰী মোদী

Nation NE by Nation NE
September 28, 2025
in Top News, BIG BREAKING, অসম
0 0
জনতাৰ হৃদয়ত জুবিন সদায় জীয়াই থাকিব : প্ৰধানমন্ত্ৰী মোদী
Share on FacebookShare on TwitterWhatsApp

অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগক লৈ এতিয়াও শোকস্তব্ধ অসমবাসী। প্ৰিয় শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গ’লেও তেওঁৰ সৃষ্টিৰাজি চিৰদিনৰ বাবে অমৰ হৈ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিক এইদৰে প্ৰয়াত জুবিন গাৰ্গৰ বিষয়ে কয় মন কি বাত অনুষ্ঠানত।

অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন হৈ থকা সময়তে জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল। অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ নিবিড় সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মকো মন্ত্রমুগ্ধ কৰি থাকিব।’

‘জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন, জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব’, এই কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে, যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমৰ লক্ষ লক্ষ জনতা শোকস্তব্ধ হৈ পৰাৰ লগতে অসমত চাৰি-পাঁচদিনলৈ স্তব্ধ হৈ পৰিছিল স্বাভাৱিক জনজীৱন।

Tags: #AssamMann Ki BattNarendra ModiZubeen Garg

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025