• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 18, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সাধাৰণ লোকে ডাইনিং টেবুলৰ পৰা আঁতৰাব লাগিব গাখীৰ-পনীৰ; পূৰবীয়ে বৃদ্ধি কৰিলে সামগ্ৰীৰ দাম

Nation NE by Nation NE
July 29, 2024
in Top News, অসম
0 0
সাধাৰণ লোকে ডাইনিং টেবুলৰ পৰা আঁতৰাব লাগিব গাখীৰ-পনীৰ; পূৰবীয়ে বৃদ্ধি কৰিলে সামগ্ৰীৰ দাম
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত নিতৌ বৃদ্ধি পাইছে সাধাৰণ লোকে ব্যৱহৃত সামগ্ৰীৰ দাম। আলু-পিয়াঁজ, শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।

তাৰ মাজতে পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধালে পূৰবী ডায়েৰীয়ে। কিয়নো সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিলে গাখীৰৰ দাম। গাখীৰৰ লগতে অন্য সামগ্ৰীৰ দামো বৃদ্ধি কৰিলে পূৰবী ডায়েৰীয়ে।

৫০০ মিলি লিটাৰৰ পূৰবী স্মাৰ্ট প্লাছ গাখীৰ মূল্য পূৰ্বতে আছিল ৩২ টকা। এতিয়াৰে পৰাই ৫০০ মিলি লিটাৰৰ দাম হ’ব ৩৩ টকা। একেদৰে, ৫০০ মিলি লিটাৰৰ পূৰবী ষ্টেডাৰ্ড গাখীৰ মূল্য ৩৩ টকাৰ পৰিৱৰ্তে ৩৪ টকালৈ বৃদ্ধি।

৫০০ মিলি লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৩৬ টকাৰ পৰিৱৰ্তে ৩৭ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৬৪ টকাৰ পৰিৱৰ্তে ৬৬ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৭০ টকাৰ পৰিৱৰ্তে ৭২ টকালৈ বৃদ্ধি।

Tags: #AssamMilkMilkpricehikePurbidairy

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

December 18, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 18, 2025
ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন
Top News

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

December 17, 2025
শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান?  ভুলতো নকৰিব এই কাম…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

December 17, 2025
শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ
Top News

শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

December 17, 2025

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান? ভুলতো নকৰিব এই কাম…

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025