৩০ ছেপ্টেম্বৰ মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। https://voters.eci.gov.in/ ত গৈ চাব পাৰিব নিজৰ নিজৰ নাম। ইয়াৰ বাবে দিব লাগিব আপোনাৰ নাম আৰু ইপিআইচি নম্বৰ দিব।
ছ’চিয়েল মিডিয়া চাইটত বিহাৰৰ ৰাজ্যিক নিৰ্বাচন আয়োগে এটা পোষ্টত লিখিছে যে বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণৰ চূড়ান্ত তালিকা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত প্ৰকাশ কৰা হৈছে।
যিকোনো ভোটাৰে ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰে এই লিংক: https://voters.eci.gov.in ৰ জৰিয়তে।