• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলগীয়া ন্যায়াধীশ সৌমিত্ৰ শইকীয়া কোন?

Nation NE by Nation NE
October 4, 2025
in Top News, অভিমত, অসম
0 0
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলগীয়া ন্যায়াধীশ সৌমিত্ৰ শইকীয়া কোন?
Share on FacebookShare on TwitterWhatsApp

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চি আই ডিয়ে গঠন কৰি দিয়া এছ আই টিয়ে ক্ষীপ্ৰতাৰে চলাই আছে তদন্ত। ঘটনা সন্দৰ্ভত এই পৰ্যন্ত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে।

তদন্তৰ খাটিৰত বিভিন্ন জনক চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰি সোধা-পোচা অব্যাহত ৰাখিছে এছ আই টিয়ে। তদন্তকাৰী দলে আজি জেৰা চলাব দিল্লীস্থিত সাংবাদিক সাৰস্বত গোস্বামীক। ইয়াৰ উপৰি গুৱাহাটীস্থিত আন কেইবাগৰাকীও সাংবাদিকক জেৰা চলোৱাৰ সম্ভাৱনা আছে।

তদন্ত চলি থকাৰ সমান্তৰালকৈ অসম চৰকাৰে আজি গঠন কৰিব ন্যায়িক আয়োগ। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ’বলগীয়া এই আয়োগখনে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰিব।

এতিয়া জানো আহক ন্যায়িক আয়োগৰ নেতৃত্ব লাভ কৰা সৌমিত্ৰ শইকীয়া কোন?

সৌমিত্ৰ শইকীয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। ১৯৬৯ চনৰ ২৫ জুলাইত জন্ম গ্ৰহণ কৰিছিল সৌমিত্ৰ শইকীয়াই। তেওঁ ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জে বি ল’ কলেজৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰিছিল।

ইয়াৰ পিছত ১৯৯৫ চনৰ ২০ ছেপ্তেম্বৰত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিম বাৰ কাউন্সিলত অধিবক্তা হিচাপে ভৰ্তি হোৱাৰ পিছত প্ৰেক্টিছ আৰম্ভ কৰে।

ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই ৰাজহ আৰু কৰ বিষয়, শ্ৰম আৰু সেৱাৰ বিষয়, কৰ্পৰেট আদি বিষয়ত প্ৰেক্টিছ কৰিছিল। কেইবাটাও দেৱানী আৰু অপৰাধমূলক আবেদনতো উচ্চ ন্যায়ালয়ত হাজিৰ হৈছিল।

ইয়াৰ উপৰি ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই অসম চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগ যেনে পি ডব্লিউ ডি, মাধ্যমিক শিক্ষা, বিত্ত আৰু কৰ, কৃষি বিপণন ব’ৰ্ডক প্ৰতিনিধিত্ব কৰাৰ লগতে কিছু বছৰলৈকে তেওঁ এআইছিটিআইত স্থায়ী অধিবক্তা হিচাপে নিযুক্ত আছিল।

ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ছেপ্তাৰৰ সচিব হিচাপেও নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ শইকীয়াই। ২০১৯ চনৰ ২৬ নৱেম্বৰত অতিৰিক্ত ন্যায়াধীশ হিচাপে বিচাৰপীঠলৈ উন্নীত হোৱাৰ পিছত ২০২১ চনৰ ১৩ অক্টোবৰত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।

Tags: Gauhati High CourtJustice Soumitra SaikiaSoumitra SaikiaZubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025