• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইউক্ৰেইনৰ যাত্ৰীবাহী ৰে’লত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

Nation NE by Nation NE
October 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইউক্ৰেইনৰ যাত্ৰীবাহী ৰে’লত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ এখন যাত্ৰীবাহী ৰে’লত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে।

ইউক্ৰেইনৰ উত্তৰ ছুমি অঞ্চলৰ এটা ষ্টেচনত যাত্ৰীবাহী ৰে’লত ড্ৰ’ন আক্ৰমণত কেইবা ডজন লোক আহত হোৱা বুলি শনিবাৰে দেশখনৰ শীৰ্ষ বিষয়াসকলে জনায়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টেলিগ্ৰামত লিখিছে, ‘ছুমি অঞ্চলৰ শ্ব’ষ্টকাত থকা ৰে’লৱে ষ্টেচনত ৰাছিয়াই ড্ৰ’ন আক্ৰমণ সংঘটিত কৰিছে। কেইবা ডজন যাত্ৰী আৰু ৰে’ল কৰ্মী আহত হৈছে।’

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে লগতে এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত স্পষ্ট ৰূপত দেখা গৈছিল এখন ক্ষতিগ্ৰস্ত, জ্বলি থকা যাত্ৰীবাহী ৰে’ল।

এই আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোৰ গভৰ্ণৰ ওলেহে কয় যে শ্ব’ষ্টকাৰ পৰা ৰাজধানী কীভ অভিমুখে গৈ থকা যাত্ৰীবাহী ৰে’লখনত এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণৰ পিছতেই ঘটনাস্থলত চিকিৎসক আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

Tags: Passenger TrainRussiaRussia-Ukraine WarUkraine

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025