• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
25 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পেটত জমা হৈ থকা চৰ্বী কমাবলৈ গ্ৰহণ কৰক এইবিধ খাদ্য, জানক সবিশেষ…

Nation NE by Nation NE
October 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পেটত জমা হৈ থকা চৰ্বী কমাবলৈ গ্ৰহণ কৰক এইবিধ খাদ্য, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত শৰীৰৰ ওজন কমোৱাটো সঁচাকৈয়ে প্ৰত্যাহ্বানজনক হৈ উঠিছে। লঘু খাদ্যগ্ৰহণ আৰু জিমত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কটোৱাৰ পিছতো শৰীৰৰ ওজন হ্ৰাস নহলে ই প্ৰায়ে হতাশাৰ সৃষ্টি কৰে।

আয়ুৰ্বেদত নহৰুক ওজন কমাবলৈ আটাইতকৈ ফলপ্ৰসূ উপায় বুলি গণ্য কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণ আছে। মেদবহুলতাৰ ফলত হোৱা বহু ৰোগ প্ৰতিৰোধতো নহৰু সেৱনে সহায় কৰিব পাৰে। ইয়াত নহৰুক আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ কেইবাটাও উপায় উল্লেখ কৰা হৈছে যাতে আপোনাৰ ওজন কমোৱাত সহায়ক হব।

  • নহৰুৰ গ্ৰীণ টি –

এই আয়ুৰ্বেদিক ঔষধে আপোনাৰ ওজন হ্ৰাসৰ যাত্ৰাত বহুখিনি সহায় কৰিব। গ্ৰীণ টিৰ সৈতে নহৰু দি বেলেগ টুইষ্ট দিব পাৰি। ইয়াক প্ৰস্তুত কৰিবলৈ প্ৰথমে গৰম পানীত নহৰুৰ পিচি তাৰ পিছত গ্ৰীণ টি দিব লাগে। লগত সোৱাদৰ বাবে অলপ মৌ বা আদা দিব পাৰে।

  • নহৰু স্মুডী

ওজন কমাবলৈ নহৰুৰ স্মুডী এক উত্তম বিকল্প। যদি আপুনি আপোনাৰ দিনটো স্মুডীৰে আৰম্ভ কৰে তেন্তে তাত কেঁচা নহৰু দিব। ওজন কমাবলৈ তাত নহৰুৰ এটা মিশ্ৰণ দিব লাগে। জামু আৰু ষ্ট্ৰবেৰীৰ দৰে ফলৰ সৈতে নহৰু মিহলাই তৈয়াৰ কৰা স্মুদিত কেৱল পুষ্টিকৰ পদাৰ্থই নহয়, বিপাকীয় ক্ৰিয়াও উন্নত হয়, যাৰ ফলত ওজন কমাবলৈ বহুত সহজ হয়।

  • নহৰু এভোকেডো টোষ্ট

সকলোৱে নহৰু ভাল নাপায়। আনকি বহুতে ইয়াৰ গোন্ধকো ঘৃণা কৰে। গতিকে, যদি আপুনি ওজন হ্ৰাসৰ বাবে আপোনাৰ খাদ্য তালিকাত নহৰু অন্তৰ্ভুক্ত কৰাৰ কথা ভাবিছে, তেন্তে নহৰুৰ এভোকেডো টোষ্ট ব্যৱহাৰ কৰি চাব পাৰে। নহৰুৰ সৈতে মিহলি কৰা এভোকাডোৰ ক্ৰীমযুক্ত তৰপে আপোনাৰ ব্ৰেকফাষ্ট স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত কৰি তুলিব।

  • নেমু নহৰু পানী –

যদি আপুনি ওজন কমাব বিচাৰিছে তেন্তে দিনটো আৰম্ভ কৰক এগিলাচ নেমু-নহৰুৰ পানীৰে। ইয়াৰ বাবে বিশেষ কষ্টৰ প্ৰয়োজন নাই। এগিলাচ পানীত আধা নেমু, মিহিকৈ কটা নহৰু আৰু গৰম পানী দিব লাগে। এই পানী খালে আপোনাৰ বিপাকীয় ক্ৰিয়া আৰু হজম শক্তি উন্নত হয়।

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025