• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
October 8, 2025
in Top News, অসম
0 0
আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া।

বৃষ-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

মিথুন-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

কৰ্কট- প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা।

সিংহ-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া।

কন্যা- আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব সুগন্ধিৰ দৰে চাৰিওফালে বিয়পি পৰিব। যিয়ে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।

তুলা-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী।

বৃশ্চিক-বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা।

ধনু-আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।

মকৰ- আজিৰ দিনটো আপোনাৰ বাবে সুখজনক নহ’ব পাৰে। পিতৃ বা মাতৃয়ে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বিনিয়োগ কৰাৰ উত্তম সময়। শুভ সংখ্যা- ৯, শুভ ৰং- শুভ্ৰ।

কুম্ভ-মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।শুভ নম্বৰ- ১, শুভ ৰং- হালধীয়া।

মীন-বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আন দিনাতকৈ আজি আপোনাৰ ভালে যাব স্বাস্থ্য। বিদ্যাৰ্থীৰ বাবে শিভ। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।

Tags: #AssamDaily HoroscopeToday Horoscope

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025