• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত যশস্বী জয়ছৱালৰ কেইবাটাও অভিলেখ

Nation NE by Nation NE
October 10, 2025
in Top News, ক্ৰীড়া
0 0
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত যশস্বী জয়ছৱালৰ কেইবাটাও অভিলেখ
Share on FacebookShare on TwitterWhatsApp

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত ভাৰতীয় দলৰ অপেনাৰ বেটাৰ যশস্বী জয়ছৱালে দৰ্শনীয় শতকীয় ইনিংছ খেলে। এই শতকীয় ইনিংছৰ জৰিয়তে তেওঁ এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

মাত্ৰ ২৩ বছৰ বয়সত টেষ্ট ক্ৰিকেটত সৰ্বাধিক সংখ্যক শতক অৰ্জন কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰত পৰিণত হয় জয়ছৱাল। টেষ্ট ক্ৰিকেটত তেওঁ এতিয়ালৈকে অৰ্জন কৰিছে ৭টা শতক।

এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ২৩ বছৰ বয়সলৈকে শচীনে টেষ্ট ক্ৰিকেটত অৰ্জন কৰিছিল ১১টা শতক। শচীনে টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ ৮ বছৰ পিছত এই অভিলেখ গঢ়াৰ বিপৰীতে জয়ছৱালে অভিষেকৰ মাত্ৰ ২ বছৰৰ ভিতৰতে এই কৃতিত্ব গঢ়ে।

ইফালে শচীনে ২৩ বছৰ বয়সত ১১টা শতক অৰ্জন কৰাৰ বাবে ৮০টা ইনিংছ খেলিছিল। আনহাতে জয়ছৱালে ৪৮টা ইনিংছতেই ৭টা শতক অৰ্জন কৰে।

আজিৰ পৰা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টত জয়ছৱালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩০০০ ৰানো সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। কেৱল এয়াই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয়ত পৰিণত হয়।

জয়ছৱালে ৭১টা ইনিংছত ৩০০০ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ভাৰতৰ কিম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ৬৯টা ইনিংছত ৩০০০ ৰান সম্পূৰ্ণ কৰিছিল।

দ্বিতীয় টেষ্টৰ সংক্ষিপ্ত স্ক’ৰ

ভাৰত- প্ৰথম ইনিংছ- ৩১৮/২

যশস্বী জয়ছৱাল*- ১৭৩

শুভমন গিল*- ২০

Tags: India vs West IndiesSachin TendulkarTest CricketYashasvi Jaiswal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025