• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ হাব : ১৫ বিলিয়ন ডলাৰ বিনিয়োগৰ ঘোষণা সুন্দৰ পিচাইৰ

Nation NE by Nation NE
October 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰত হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ হাব : ১৫ বিলিয়ন ডলাৰ বিনিয়োগৰ ঘোষণা সুন্দৰ পিচাইৰ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে এক বৃহৎ ঘোষণা কৰি ভাৰতত কৃত্ৰিম বুদ্ধিমত্তা (AI) হাব স্থাপনৰ কথা ঘোষণা কৰে। এই পদক্ষেপৰ বাবে কোম্পানীটোৱে ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। পিচাইয়ে উল্লেখ কৰে যে তেওঁ এই বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিছে।

এক নিৰ্দিষ্ট পৰিকল্পনাৰে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত এটা বৃহৎ ডাটা চেণ্টাৰ আৰু এ আই হাব নিৰ্মাণ কৰা হ’ব।

সুন্দৰ পিচাইয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখিছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা অতি ফলপ্ৰসু আছিল। আমি বিশাখাপট্টনমত নিৰ্মাণ হ’বলগীয়া গুগলৰ প্ৰথমটো এআই হাবৰ পৰিকল্পনা সন্দৰ্ভত কথা পাতিলো। এইটো এটা ঐতিহাসিক পদক্ষেপ হ’ব।’

উল্লেখ্য যে, গুগলৰ ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা ভাৰতৰ বাবে অত্যন্ত ইতিবাচক কথা। এই বিনিয়োগৰ দ্বাৰা ভাৰতৰ যথেষ্ট লাভ হ’ব বুলি অ্থনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

Tags: AIAndhra PradeshgoogleIndiaSundar Pichai

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025