• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

Nation NE by Nation NE
October 30, 2025
in Top News, ক্ৰীড়া
0 0
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Share on FacebookShare on TwitterWhatsApp

মহিলা বিশ্বকাপ ২০২৫ৰ নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। আজি মহিলা বিশ্বকাপ ক্ৰিকেটৰ ২য়খন ছেমি ফাইনেল মেচ। এইবাৰ সকলোৰে দৃষ্টি টীম ইণ্ডিয়াৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ ওপৰত।

৮ বছৰ পূৰ্বে এই মঞ্চতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলিছিল, যিটোক বৰ্তমানেও ক্ৰিকেট ইতিহাসৰ “সোণালী অধ্যায়” হিচাপে গণ্য কৰা হয়।

২০১৭ চনত ইংলেণ্ডৰ ডাৰ্বিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ ১১৫টা বলত ১৭১ ৰান ভাঙি হৰমনপ্ৰীতে ভাৰতক ফাইনেলত স্থান নিশ্চিত কৰিছিল। সেই ইনিংছে মেচখনৰ গতিপথ সলনি কৰাই নহয় মহিলা ক্ৰিকেটৰ জনপ্ৰিয়তাকো নতুন উচ্চতালৈ লৈ যায়। এতিয়া ২০২৫ চনত একে আবেগ আৰু একে বিৰোধিতাৰে হৰমনপ্ৰীত কৌৰে একেধৰণৰ “হৰমন ষ্টৰ্ম” মুকলি কৰি ভাৰতক পুনৰবাৰ ফাইনেলত স্থান নিশ্চিত কৰাত সহায় কৰাৰ সম্ভাৱনা আছে।

হৰমনপ্ৰীতৰ অভিলেখৰ পৰা দেখা যায় যে ডাঙৰ দলৰ বিৰুদ্ধে ডাঙৰ ইনিংছ খেলিব জানে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৪খন এদিনীয়া মেচত ৭৪৯ ৰান সংগ্ৰহ কৰাৰ লগতে সৰ্বোত্তম স্ক’ৰ ১৭১ ৰান।৪টা অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰাৰ বিপৰীতে গড় ৩৫.৬৬ ৰান। বিশ্বকাপৰ মেচত ৪৪.৬৫ গড়ে ১০২৭ ৰান সংগ্ৰহ কৰিছে। এই বিভাগত মাত্ৰ ৭টা উইকেট দখল কৰিলেও দলৰ বাবে বলিং অপচন।

ভাৰতীয় মহিলা দলত আছে- শ্বাফলী ভাৰ্মা, স্মৃতি মান্ধানা, হৰলিন দেওল, জেমিমাহ ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), দীপ্তি শৰ্মা, উমা ছেত্ৰী, অমনজোত কৌৰ, ৰাধা যাদৱ, শ্ৰী চৰাণী, ৰেনুকা সিং ঠাকুৰ, স্নেহ ৰানা, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ, ক্ৰান্তি গৌড়।

Tags: #cricketSportsWomen Worldcup

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025