• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

Nation NE by Nation NE
November 2, 2025
in Top News, Uncategorized, ক্ৰীড়া
0 0
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

আজি হোবাৰ্টত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন টি-২০। শৃংখলাৰ জয়ৰ বাবে প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ ভাৰতীয় দলটোৱে যিকোনো মূল্যতে জয়লাভ কৰিব লাগিব।

মেলবৰ্ণত ৪ উইকেটত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ১-০ গ’লত অগ্ৰগতি লাভ কৰিছে এই শৃংখলাত। অভিষেক শৰ্মাৰ বাহিৰে ভাৰতীয় বেটিং লাইন আপ দ্বিতীয় টি-২০ত বিধ্বস্ত হৈ পৰে। ইয়াৰ ফলত তৃতীয় টি-২০ আইৰ বাবে ভাৰতীয় খেলা একাদশত কিবা পৰিৱৰ্তন হ’ব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

হোবাৰ্টৰ বেলেৰিভ অভালত অনুষ্ঠিত হ’ব ইণ্ডিয়া বনাম অষ্ট্ৰেলিয়াৰ তৃতীয় টি-২০। মেচখন আৰম্ভ হ’ব দিনৰ ১:৪৫ বজাৰ পৰা।

বেলেৰিভ অভালৰ খেলপথাৰখন প্ৰথম অৱস্থাত বলাৰসকলৰ অনুকূল হ’ব পাৰে। এই পিটচত বেটিং কৰাটো সহজ বুলি গণ্য কৰা নহয়।স্পিন বলাৰসকলে সামান্য সহায় পোৱাৰ সম্ভাৱনা আছে। যিহেতু ইনিংছৰ পিছত বেটিং সহজ হৈ পৰে, গতিকে টছত জয়ী হোৱা দলটোৱে খেদিবলৈ প্ৰথমে বলিং কৰাৰ সম্ভাৱনা আছে।

ভাৰতীয় দলটোৰ সদস্যবোৰ হ’ল- শুভমান গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক বৰ্মা, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমচন, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা, যশপ্ৰিত বুম , আৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী।

Tags: #cricketmatchSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025