• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 3, 2025
24 °c
Guwahati
25 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছান, নিৰ্বাচনী হিংসাৰ পিছত প্ৰায় ৭০০ লোকৰ প্ৰাণহানিৰ দাবী

Nation NE by Nation NE
November 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছান, নিৰ্বাচনী হিংসাৰ পিছত প্ৰায় ৭০০ লোকৰ প্ৰাণহানিৰ দাবী
Share on FacebookShare on TwitterWhatsApp

আফ্ৰিকাৰ দেশ তাঞ্জানিয়াত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয় সামিয়া চুলুহু হাছানৰ। অৱশ্যে এই বিজয়ৰ লগে লগে তীব্ৰ হিংসাত্মক পৰিস্থিতিও ঘটে। এই ৰাষ্ট্ৰপতি নিৰ্বাচন সোনকালে ৰক্তস্থানলৈ পৰিণত হয়।

বিদেশী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তাঞ্জানিয়াৰ মূল বিৰোধী দলটোৱে দাবী কৰিছে যে এই সপ্তাহত বিতৰ্কিত নিৰ্বাচনৰ পিছত সংঘটিত হোৱা ব্যাপক প্ৰতিবাদত শ শ লোকৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰসংঘই কয় যে, তেওঁলোকৰ হাতত “বিশ্বাসযোগ্য প্ৰতিবেদন” আছে যে কমেও ১০ জন লোকৰ মৃত্যু হৈছে। ইণ্টাৰনেট বন্ধ কৰি বৃহৎ সামৰিক বাহিনী মোতায়েন কৰা হৈছে। অঞ্চলটোত জাৰি কৰা হৈছে সান্ধ্য আইন। জাঞ্জিবাৰৰ পৰা ডোডোমালৈকে পৰিস্থিতি সংকটজনক হৈয়ে আছে। এই সকলোবোৰৰ মাজতে ৰাষ্ট্ৰসংঘই বল প্ৰয়োগৰ বাবে আবেদন জনাইছে।

এই সকলোবোৰৰ মাজতে তাঞ্জানিয়াৰ বিৰোধী চাডেমা পাৰ্টিৰ মুখপাত্ৰ জন কিটোকাই দাবী কৰে যে, বৰ্তমান (ডাৰ এছ চালাম)ত মৃত্যুৰ সংখ্যা প্ৰায় ৩৫০ জন আৰু মৱানজাত মৃত্যুৰ সংখ্যা ২০০ৰো অধিক। যদি আমি দেশৰ অন্যান্য প্ৰান্তৰ পৰিসংখ্যা যোগ কৰো তেন্তে মুঠ মৃত্যুৰ সংখ্যা প্ৰায় ৭০০।

তাঞ্জানিয়াৰ বৈদেশিক মন্ত্ৰী মাহমুদ থাবিট কম্বোৱে এই সকলোবোৰ অভিযোগ খাৰিজ কৰিছে। তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে, চৰকাৰৰ কোনো মৃত্যুৰ সংখ্যা নাই আৰু কোনো অত্যধিক বল প্ৰয়োগ কৰা হোৱা নাই।

বুধবাৰৰ নিৰ্বাচনৰ পিছতে দাঙ্গা ৰোধৰ বাবে বৃহৎ চহৰসমূহত আৰক্ষী আৰু সেনাক মোতায়েন কৰা হয়। সাধাৰণতে তাঞ্জানিয়াক মোটামুটি শান্তিপূৰ্ণ দেশ বুলি গণ্য কৰা হয়। অৱশ্যে নিৰ্বাচনৰ পিছতে ৰাজপথত টহল দি থকা দেখা গ’ল জোৱান। বিক্ষিপ্তভাৱে গুলীচালনাৰ খবৰও পোৱা গৈছিল।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে দাৰ এছ চালাম, মৱানজা, ডোডোমাকে ধৰি কেইবাখনো চহৰত ৰাজপথলৈ ওলাই আহে। সকলো স্থানতে পোষ্টাৰ ভাঙি পেলোৱা হৈছিল, আৰক্ষী থানাত আক্ৰমণ কৰা হৈছিল, আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সাক্ষী হৈছিল। পৰিস্থিতি ক্ষন্তেকতে হিংসালৈ পৰিণত হয়।

Tags: AfricaPresidentTANGIA

Related Posts

উদ্যোগপতি অনিল আম্বানীৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ED ৰ, জব্দ ৩ হাজাৰ কোটি টকাৰো অধিক সম্পত্তি
Top News

November 3, 2025
গাজা সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব তুৰস্কই! ইস্তানবুলত বৈঠক অনুষ্ঠিত আহ্বান জনোৱাৰ সম্ভাৱনা…

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য
Top News

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

November 3, 2025
প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী
Top News

প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী

November 3, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

November 3, 2025
পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
Top News

পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

November 2, 2025

শীৰ্ষ সংবাদ

উদ্যোগপতি অনিল আম্বানীৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ED ৰ, জব্দ ৩ হাজাৰ কোটি টকাৰো অধিক সম্পত্তি

গাজা সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব তুৰস্কই! ইস্তানবুলত বৈঠক অনুষ্ঠিত আহ্বান জনোৱাৰ সম্ভাৱনা…

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025