• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মৃত্যু উপত্যকতাত উপনীত হৈছে কেৰালা; ভূমিস্খলনৰ ঘটনাত প্ৰাণ গ’ল ১২৬ গৰাকীৰ

Nation NE by Nation NE
July 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মৃত্যু উপত্যকতাত উপনীত হৈছে কেৰালা; ভূমিস্খলনৰ ঘটনাত প্ৰাণ গ’ল ১২৬ গৰাকীৰ
Share on FacebookShare on TwitterWhatsApp

ভয়াবহ কেৰালাৰ ভূমিস্খলনৰ ঘটনাত মৃতকৰ সংখ্যা ১২৬ গৰাকীলৈ বৃদ্ধি পাইছে। আনহাতে, ১২৮ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ঘটনাত।

কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জৰ মতে ১১৬ টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। এনডিআৰএফকে ধৰি বহুতো বিভাগে উদ্ধাৰ অভিযান চলাই আছে। সেনাই এতিয়ালৈকে প্ৰায় ১০০০ জন লোকৰ জীৱন ৰক্ষা কৰিছে।

ইফালে, এইটোও দাবী কৰা হৈছে যে শ শ লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে । মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে উদ্ধাৰকাৰী দলে। ঘটনাত নৌ-সেনা আৰু বায়ু সেনা উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

এই ঘটনাৰ পিছতে লোকসভাৰ বিৰোধী দলৰ নেতা আৰু ৱায়ানাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে ৱায়ানাডলৈ যোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ সৈতে ফোনত বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লৈছিল।

আনহাতে, অন্ধকাৰৰ বাবে উদ্ধাৰ কাৰ্য বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অঞ্চলটোৰ এটা সুৰক্ষিত স্থানলৈ ১০০০ তকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে। উদ্ধাৰ অভিযানৰ বাবে স্নিফাৰ কুকুৰ নিয়োগ কৰা হৈছে।

ইফালে, ভূমিস্খলনত মৃত্যু হোৱা লোকৰ বাবে কেৰালা চৰকাৰে দুদিনীয়াকৈ ৰাজ্যিক শোক পালন কৰিছে।

Tags: #AssamKeralaKeralalandslideUpdateNews

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025