• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰসংগ: দিল্লীৰ ভয়াৱহ বিস্ফোৰণ, দেশ কঁপোৱা বিস্ফোৰণৰ আঁৰত কোন কোন?

Nation NE by Nation NE
November 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰসংগ: দিল্লীৰ ভয়াৱহ বিস্ফোৰণ, দেশ কঁপোৱা বিস্ফোৰণৰ আঁৰত কোন কোন?
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত আহিছে এক ডাঙৰ তথ্য। ঘটনা সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিস্ফোৰণ সংঘটিত কৰা বাহনখনৰ গৰাকী মহম্মদ ছলমানক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰশাসনৰ হাতত আহি পৰিছে কেইবাটাও বিস্ফোৰক তথ্য। দিল্লীৰ বিস্ফোৰণৰ পূৰ্বে ফৰিদাবাদত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক। ফৰিদাবাদত চিকিৎসকৰ ঘৰত উদ্ধাৰ হৈছিল ২৯০০ কেজি বিস্ফোৰক,অস্ত্ৰ-শস্ত্ৰ।এটা এ কে 47 ৰাইফলসহ বুজন পৰিমাণৰ গুলী বাৰুদ উদ্ধাৰ কৰে আৰক্ষীয়ে।

শ্ৰীনগৰত জইছ ঈ মহম্মদৰ সমৰ্থনত পোষ্টাৰ লগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকজন। এই ঘটনাৰ পিছতে কাশ্মীৰী চিকিৎসক ডা০ আদিলৰ ঘৰৰ পৰা উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ। চিকিৎসালয়খনত কৰ্মৰত এগৰাকী মহিলাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৰাইফল, সন্দেহজনক বিস্ফোৰক সামগ্ৰী।

দিল্লীৰ ভয়ংকৰ বিস্ফোৰণত ব্যৱহৃত I20 বাহনৰ চালকৰ আসনত আছিল চিকিৎসক ড০ ওমৰ। লালকিল্লা মেট্ৰ ষ্টেশ্যনৰ পৰা বাহনখন চলাই অনাৰ দৃশ্য বন্দী হৈছে চিচিটিভিত। HR 26CE7674 নম্বৰৰ বাহনখনত দেখা গৈছিল সন্ত্ৰাসবাদৰে জড়িত চিকিৎসক ওমৰক।

বিস্ফোৰণৰ পূৰ্বে ৩ ঘণ্টা ধৰি পাৰ্কিং এলেকাত ৰখাই থোৱা হৈছিল বাহনখন। সেইসময়ত গাড়ীখনৰ ভিতৰতে বহি আছিল চিকিৎসক ড০ ওমৰ। এই বিস্ফোৰণ সন্দৰ্ভত UAPA  অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।সুৰক্ষা এজেন্সীয়ে তন্ন-তন্নকৈ আৰম্ভ কৰিছে তালাচী অভিযান।

আত্মঘাটী বিস্ফোৰণৰ দিশেৰেও তদন্ত কৰিছে আৰক্ষীয়ে। দৰিয়াগঞ্জ, পাহাৰগঞ্জৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান। বৰ্তমানলৈকে ১৩জন লোকক সোধা-পোছা কৰিছে আৰক্ষীয়ে। সন্দেহজনক বস্তু বা ব্যক্তি দেখিলে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে।

Tags: #DelhiBlastTerrorism

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025