• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা কৰা হ’ব? ভাৰতৰ ওপৰত কিয় ক্ষুব্ধ বাংলাদেশ?

Nation NE by Nation NE
November 13, 2025
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা কৰা হ’ব? ভাৰতৰ ওপৰত কিয় ক্ষুব্ধ বাংলাদেশ?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ আদালতে দিব চূড়ান্ত ৰায়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা দান দিয়া হ’ব সেই সন্দৰ্ভত ১৭ ৰায় দিব ন্যায়ালয়ে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে দাখিল কৰা মানৱীয়তা উলংঘা কৰা গোচৰৰ শুনানি আজি ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অনুষ্ঠিত হ’ব। চৰকাৰী অধিবক্তাই শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী কৰিছে। শ্বেখ হাছিনাৰ বিৰুদ্ধে ভাষ্য দিব ৮৪ গৰাকী লোকে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(হত্যা, অপৰাধ প্ৰতিৰোধত ব্যৰ্থ হোৱা, মানৱীয়তা উলংঘা কৰা, ১৪০০ লোকৰ প্ৰাণ লোৱা ইত্যাদি)। যাৰ বাবে শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে।

অৱশ্যে এই দাবীৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ দল আৱামী লীগেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৃহস্পতিবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ দেশজুৰি লকডাউন ঘোষণা কৰিছে আৱামি লীগে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। বিমান বন্দৰৰ লগতে বহু গুৰুত্বপূৰ্ণ স্থানত সেনা-আৰক্ষী মোতায়েন কৰা হৈছে। পৰিস্থিতি অধিক বেয়া হোৱাৰ সম্ভাৱনা বিবেচনা কৰি ন্যায়াধিকৰণে সিদ্ধান্তৰ তাৰিখ পিছুৱাই দিব পাৰে বুলিও ধাৰণা কৰা হৈছে।

দৰাচলতে ২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে বাংলাদেশত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত চৰকাৰে প্ৰতিবাদৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ, নিৰ্যাতন, গুলীচালনাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হয়। ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ চৰকাৰ উৎখাত হয়। শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লয়।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে বুধবাৰে ঢাকাত ভাৰতৰ উপ-উচ্চায়ুক্তক চমন কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মূলসুঁতিৰ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আদান-প্ৰদানক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। সূত্ৰ অনুসৰি, বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ উপ-উচ্চায়ুক্ত পৱন বাধেক চমন কৰি ভাৰত চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মূলসুঁতিৰ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিবলৈ অনুমতি দিয়াক লৈ বাংলাদেশে ভাৰতৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে উদ্বেগ প্ৰকাশ কৰে।

Tags: BangladeshSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025