• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেপালত পুনৰ GEN Z ৰ প্ৰতিবাদ, প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন

Nation NE by Nation NE
November 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নেপালত পুনৰ GEN Z ৰ প্ৰতিবাদ, প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন
Share on FacebookShare on TwitterWhatsApp

নেপালত পুনৰ জেন-জেডৰ প্ৰতিবাদ। উচ্ছেদিত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ নেপাল কমিউনিষ্ট পাৰ্টি আৰু ইউনিফাইড মাৰ্ক্সিষ্ট লেনিনিষ্টৰ কৰ্মীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। যাৰ ফলত কৰ্তৃপক্ষই নেপালৰ বাৰা জিলাত পুনৰ সান্ধ্য আইন জাৰি কৰে।

২০ নৱেম্বৰত বৃদ্ধি পোৱা উত্তেজনা আৰু শৃংখলা পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ উল্লেখ কৰি জিলা প্ৰশাসনৰ কাৰ্যালয়ে নিশা ৮ বজালৈকে এই সান্ধ্য আইন ঘোষণা কৰে। চলিত সপ্তাহৰ আৰম্ভণিতে আৰম্ভ হোৱা এই সংঘৰ্ষ তীব্ৰতৰ হৈ পৰে যেতিয়া যুৱ প্ৰতিবাদকাৰীৰ দলে ইউএমএল সমৰ্থকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, কেতিয়াবা উত্তপ্ত আদান-প্ৰদানত লিপ্ত হয়। ইতিমধ্যে অধিক হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ দেশখনত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। জিলাখনত ক্ৰমবৰ্ধমান ৰাজনৈতিক অশান্তিৰ মাজতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।

জেন জেড যুৱ নেতা সম্ৰাট উপাধ্যায়ৰ মতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সম্ৰাটকে ধৰি মুঠ ১০-১২ জন লোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তাত উপস্থিত চিপিএন-ইউএমএলৰ কৰ্মীসকলে হঠাতে প্ৰতিবাদকাৰীক আক্ৰমণ কৰে। এই আক্ৰমণত আহত হয় ৭ জনকৈ যুৱক।

প্ৰথমে প্ৰতিবাদ কৰিবলৈ বাধা দিয়াৰ পিছত আৰক্ষীৰ সন্মুখত আক্ৰমণৰ বলি হোৱা বুলিও সদৰী কৰে সম্ৰাটে। আৰক্ষীয়ে যুৱককেইজনক লাঠিচালনা কৰি উদ্ধাৰ কৰে ইউএমএল কৰ্মীক। সম্ৰাটে মূৰ, কপাল, পিঠি, মুখত আঘাতপ্ৰাপ্ত হয়। মহেশ বাছনেট আৰু আক্ৰমণ সংঘটিত কৰা ইউএমএল কৰ্মীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰ্দ্বিধায় দাবী জনাইছে।

আহত যুৱক কেইজনৰ ভিতৰত আছে সম্ৰাট উপাধ্যায়, সুজল পাঠক, শ্বেখ চফিদ, ৰমেশ ভাণ্ডাৰী, সৌৰভ ৰিমল আদি।ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত যুৱক সকলে কৈছে যে, “আমি গুলী খাবলৈ সাজু, কিন্তু দোষীক শাস্তি নিদিয়ালৈকে আমি জিৰণি নলওঁ।”

Tags: #NepalGEN ZProtest

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025